Weather Data Source: wetter Bangalore 14 tage

June 19, 2025 10:42 pm

Home » মনোৰঞ্জন » সুশান্ত গোচৰঃ গ্ৰেপ্তাৰ কৰা হ’ব নেকি ৰিয়াক?

সুশান্ত গোচৰঃ গ্ৰেপ্তাৰ কৰা হ’ব নেকি ৰিয়াক?

দিল্লী : সুশান্ত গোচৰৰ তদন্ত চলাই আছে চিবিআয়ে। নতুন নতুন অভিযোগ, সম্ভাৱনাক লৈ সৰৱ হৈ পৰিছে বহুগৰাকী। এনে সময়তে বিদ্বান বিজেপি নেতা সুব্ৰমণিয়ম স্বামীয়ে ৰিয়াক লৈ কৰে মন্তব্য।

স্বামীয়ে কয় যে যদিহে ৰিয়া চক্ৰৱৰ্তীয়ে এনে প্ৰমাণ দিয়ে, যাৰ লগত মহেশ ভাটৰে হোৱা কথোপকথনৰ বিৰোধাভাস দেখা যায়, তেন্তে সত্যৰ ওচৰ চপাৰ স্বাৰ্থত তেওঁক গ্ৰেপ্তাৰ কৰাৰ বাহিৰে অন্য উপায় নাথাকিব।
If Rhea Chakravarty keeps giving evidence which contradicts her conversation with Mahesh Bhatt then CBI will have no alternative but to arrest her and subject her to custodial interrogation to get at the truth.

— Subramanian Swamy (@Swamy39) August 24, 2020

স্বামীয়ে লগতে সুশান্তৰ ঘটনাৰে ডুবাইৰ সংযোগৰ সম্ভাৱনা ব্যক্ত কৰে। সাংসদ স্বামীয়ে টুইটযোগে কয় যে সুশান্তই মৃত্যুৰ দিনটোতে ডুবাইৰ ড্ৰাগ ব্যৱসায়ী আয়াশ খানৰ লগ লাগিছিল। স্বামীয়ে টুইটটোত লগতে সুনন্দা পুষ্কৰ আৰু শ্ৰীদেৱীৰ মৃত্যুৰ কথাও উল্লেখ কৰে। স্বামীয়ে কয় যে সুনন্দাৰ পেটত বিহজাতীয় পদাৰ্থ পোৱা গৈছিল, কিন্তু সুশান্ত বা শ্ৰীদেৱীৰ ক্ষেত্ৰত তেনে একো কৰা নহ’ল।

উল্লেখ্য সুশান্তৰ মৃত্যুৰ তদন্তৰ বাবে চিবিআই তদন্তৰ অন্যতম দাবীদাৰ আছিল সুব্ৰমণিয়ম স্বামী।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি