Weather Data Source: wetter Bangalore 14 tage

June 25, 2025 2:44 pm

Home » দেশ-বিদেশ » আন্তঃৰাষ্ট্ৰীয় » আমেৰিকা আৰক্ষীৰ ড্ৰোণ কেমেৰাত ধৰা পৰিল নগ্ন ছবি

আমেৰিকা আৰক্ষীৰ ড্ৰোণ কেমেৰাত ধৰা পৰিল নগ্ন ছবি

ৱেব সংবাদ : নগ্ন হৈ সমুদ্ৰ তীৰত নিজৰ মতে সময় উপভোগ কৰিছিল পৰ্যটকসকলে। তাৰ মাজতে উৰিল আহিল আৰক্ষীৰ ড্ৰোণ! সকলোৰে নগ্ন ছবি ধৰা পৰিল কেমেৰাত! এই ঘটনাত স্বাভাৱিকভাৱে ক্ষুব্ধ হৈ পৰে নিউড বীচ্চৰ পৰ্যটকসকল। তেওঁলোকৰ ব্যক্তিগত সময়ত আৰক্ষীৰ এই কাৰ্য সহজভাৱে নল’লে আমেৰিকাৰ মিনিয়াপলিচৰ সমুদ্ৰ তীৰত ফুৰিবলৈ অহা লোকসকলে।
মিনিয়াপলিচৰ টুইন লেক বীচ্চ। নিউড বীচ্চ বা নগ্ন সমুদ্ৰ তীৰ হিচাপে বিখ্যাত। তাত সকলোৱে প্ৰায় নগ্ন বা অৰ্ধনগ্ন হৈ সময় উপভোগ কৰে। কিন্তু তাতে লাগিল কেৰোণ! আচলতে কোৰোণাৰ প্ৰকোপৰ বাবে সমুদ্ৰ তীৰত কি পৰিস্থিতি হৈছে সেয়া চাবলৈ ড্ৰোণ উৰুৱাইছিল আৰক্ষীয়ে। সমুদ্ৰ তীৰলৈ যোৱাৰ অনুমতি থাকিলেও সকলোৱে সামাজিক দূৰত্ব বজাই ৰাখিছেনে নাই সেয়া নিশ্চিত কৰিবলৈ ড্ৰোণ ব্যৱহাৰ কৰিছিল আৰক্ষীয়ে। 
কন্তু একো নজনাকৈয়ে আৰক্ষীৰ এই পদক্ষেপত ক্ষুব্ধ হৈ পৰে বীচ্চত উপস্থিত সকলো। এফালে এইধৰে ব্যক্তিগত সময় কটোৱাৰ ফটো তুলিছে আৰক্ষীয়ে, আনফালে উঠিছে বৰ্ণবিদ্বেষৰো অভিযোগ। ড্ৰোণত জুম কেমেৰা আছিল। যাৰ ফলত নগ্ন পুৰুষ আৰু মহিলাৰ ফটো খুব স্পষ্টভাৱে তোলা হৈছে বুলি অভিযোগ।
এই ঘটনাক লৈ নিজৰ যুক্তি দাঙি ধৰিছে আৰক্ষীয়ে। আৰক্ষীৰ মতে, ড্ৰোণ আচলতে চিচিটিভৰ দৰেই। অঞ্চলটোত নিৰাপত্তা বজাই ৰাখিবলৈ নজৰ দিছে আৰক্ষীয়ে। যিহেতু এয়া কোনো ব্যক্তিগত স্থান নহয়, এখন পাব্লি প্লেচ, গতিকে তাত আৰক্ষীয়ে নজৰ দিব পাৰে। 

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি