Weather Data Source: wetter Bangalore 14 tage

July 2, 2025 9:53 am

Home » আঞ্চলিক » পূৱ বৰপেটা ছ’চিয়েল ৱেলফিয়াৰ ছ’চাইটিৰ উদ্যোগত আন্তৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন

পূৱ বৰপেটা ছ’চিয়েল ৱেলফিয়াৰ ছ’চাইটিৰ উদ্যোগত আন্তৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন

হাউলী : সমগ্ৰ বিশ্বৰ লগতে সংগতি ৰাখি ২১ জুন অৰ্থাৎ দেওবাৰে বৰপেটা জিলাৰ আগশাৰীৰ স্বেচ্ছাসেৱী সংস্থা পূৱ বৰপেটা ছ’চিয়েল ৱেলফিয়াৰ ছ’চাইটিৰ উদ্যোগত হাউলীত আন্তঃৰাষ্ট্ৰী যোগ দিৱস পবালন কৰা হয়৷ কৰ’ণা সংক্ৰমণৰ এই সময়ছোৱাত সামাজিক দূৰত্ব বজাই ৰাখি যোগ প্ৰশিক্ষক অনামিকা ওজাই আঁত ধৰা অনুষ্ঠানটিত পূৱ বৰপেটা ছ’চিয়েল ৱেলফিয়াৰ ছ’চাইটিৰ মুখ্য পৃষ্ঠাৰোষক হাচেন আলী, পৰিচালন সঞ্চালক মোবাৰক হুছেইনকে আদি কৰি ২০ গৰাকী লোকে অংশগ্ৰহণ কৰে৷
উল্লেখযোগ্য যে, যোগ সাধনা এক প্ৰাচীন ভাৰতীয় কলা আৰু এই কলা এসময়ত বিশ্বৰ অন্যতম জনপ্ৰিয় সাধনাৰুপে পৰিগণিত হৈছিল। এই সাধনা অনুশীলন কৰিলে মানুহৰ শাৰীৰিক,মানসিক আৰু আধ্যাত্মিক দিশ অতি উন্নত হ’ব পাৰে। ২০১৪ৰ ছেপ্টেম্বৰ মাহত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ‘আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস’এটা সমগ্ৰ বিশ্বজুৰি পালন কৰিবলৈ আহবান জনাই ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত এটি প্ৰস্তাৱ দাঙি ধৰিছিল আৰু এই দিৱস পালনৰ যোগেদি বিশ্বৰ শান্তি আৰু সহযোগিতা বৃদ্ধি কৰিব পৰা হ’ব বুলি তেখেতে আশা প্ৰকাশ কৰিছিল।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি