সাংবাদিকক আৰক্ষী বিষয়াৰ সন্মুখতেই প্ৰাণনাশৰ ভাবুকি
কৰ’না ভাইৰাছৰ সজাগতা আৰু বাতৰি পৰিবেশন কৰা বাবে সাংবাদিকক আৰক্ষী বিষয়াৰ সন্মুখতেই প্ৰাণনাশৰ ভাবুকি বৰপেটা : দক্ষিণ বৰপেটাৰ শিক্ষা আৰু বাণিজ্য নগৰী পালহাজীত যোৱা ২১ মাৰ্চত পালহাজী প্ৰেছ ক্লাবৰ উদ্যোগত আৰু শাখা সাহিত্য সন্মিলনীৰ সহযোগত কৰ’না ভাইৰাছ পৰা পৰিত্ৰাণ পাবলৈ সজাগতা পদযাত্ৰা আৰম্ভ কৰা হয়৷কৰ’না ভাইৰাছৰ সজাগতা আৰু Lock Downৰ বাতৰি পৰিবেশন কৰা বাবে পালহাজীৰ অগ্ৰদূতৰ স্থানীয় সাংবাদিকক তথা বৰপেটাৰ সংবাদ প্ৰহৰীৰ ষ্টাফ ৰিপ’ৰ্টাৰক বৰপেটা সদৰ থানাৰ পুলিচ ইন্সপেক্টৰ শ্ৰী কুমুদ ৰয় আৰু পুলিচ আলাল উদ্দিনৰ সন্মুখতেই প্ৰাণনাশৰ ভাবুকি দিয়ে৷ ঘটনাৰ বিৱৰণী মতে আজি আবেলি পালহাজী বজাৰত পুলিচে সজাগ কৰাৰ বাবে দোকান পোহাৰ বন্ধ কৰি এখন চাহৰ দোকানৰ ভিতৰত কিবা কৰি আছিল৷ সেই সময়ত সাংবাদিক সেখ ৰহমত উল্লাহই এখন মেডিকেল