সুখবৰ : ছাত্ৰ-ছাত্ৰীসকলে লাভ কৰিব ১০ লাখ টকালৈকে বিশেষ সুবিধা
গুৱাহাটী : শিশু বিকাশ যোজনা নামৰ এক প্ৰকল্পৰ জৰিয়তে দেশৰ শিশুসকলৰ বাবে A3N IT Service নামৰ প্রতিষ্ঠানটোৱে কঢ়িয়াই আনিছে এক সুখবৰ। শিক্ষা, স্বাস্থ্য আদিৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা এই প্রকল্পটোৰ জৰিয়তে ৫ বছৰৰ পৰা ১৬ বছৰ বয়সৰ ল’ৰা-ছোৱালীক প্ৰদান কৰা হ’ব ২ৰ পৰা ১০ লাখ টকাৰ সুবিধা। অসমত এই প্রকল্পৰ দায়িত্ব লাভ কৰা EI Infotech Pvt. Ltd. নামৰ প্রতিষ্ঠানটোৱে জানিবলৈ দিয়া মতে, অসমৰ প্ৰতিখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিব এই সুবিধা। প্রকল্পৰ নিয়মানুসৰি মাত্র ১৯৯ টকাৰ মাচুল আদায় কৰাৰ বিনিময়ত ছাত্র-ছাত্রীসকলে তলত উল্লেখ কৰা ধৰণে লাভ কৰিব সুবিধা৷ সুবিধাসমূহঃ জীৱন বীমা- ২.৫ লাখ টকা স্বাস্থ্য বীমা- ২.৫ লাখ টকা উচ্চ শিক্ষাৰ জলপানি- ৫ লাখ টকা একেদৰে ছাত্ৰীসকলৰপ্রতি আৰু অধিক গুৰুত্ব