Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 10:42 am

Home » আঞ্চলিক » মহানগৰীত স্থাপন হ’ব ৬,০২৮ টা চিচি কেমেৰা

মহানগৰীত স্থাপন হ’ব ৬,০২৮ টা চিচি কেমেৰা

গুৱাহাটী : অপৰাধ নিয়ন্ত্ৰণৰ বাবে কঠোৰ মহানগৰ প্ৰশাসন। ক্ৰমাৎ গুৱাহাটী মহানগৰীত বৃদ্ধি পোৱা অপৰাধজনিত ঘটনা নিয়ন্ত্ৰণৰ বাবে প্ৰশাসনে হাতত লৈছে এক বিশেষ আঁচনি। অপৰাধমূলক কাৰ্য সংঘটিত কৰি যাতে কোনো সাৰি যাব নোৱাৰে, তাৰ বাবে চিচি টিভি কেমেৰা স্থাপন কৰা হ’ব মহানগৰৰ বিভিন্ন স্থানত। ২০২১ বৰ্ষৰ ভিতৰত গুৱাহাটী মহানগৰীৰ ১৩৯৭ টা স্থানত সংস্থাপন কৰা হ’ব চি চি কেমেৰা।
 নতুনকৈ স্থাপন কৰিবলগীয়া চি চি কেমেৰাত আবদ্ধ হ’ব মহানগৰীৰ সকলো দৃশ্য। চি চি কেমেৰা নিয়ন্ত্ৰণ কক্ষৰ পৰা চোৱা হ’ব প্ৰতিটো স্থানৰ দৃশ্য। জানিব পৰা মতে, স্মাৰ্ট চিটীৰ এই আঁচনিৰ অধীনত গুৱাহাটীৰ ১২০৯ টা স্থানত স্থাপন কৰা হ’ব ৪৭২০টা কেমেৰা। তাৰে কেৱল যান বাহন পৰিচালনাৰ বাবে গুৱাহাটীৰ ৮৯ টা স্থানত স্থাপন কৰা হ’ব ১৩০৮টা কেমেৰা।উল্লেখযোগ্য যে , ২০০৮ৰ পিছত মহানগৰীত ১০ কোটি টকাৰ বিনিময়ত ৯১ টা স্থানত ২৮০টা চি চি কেমেৰা লগাইছিল যদিও অধিকাংশই এতিয়া বিকল অৱস্থাত।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি