Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 9:06 am

Home » Big Story » খেলপথাৰত চমক জুনিয়ৰ দ্রাবিড়ৰ; গঢ়িলে দ্বিশতক

খেলপথাৰত চমক জুনিয়ৰ দ্রাবিড়ৰ; গঢ়িলে দ্বিশতক

নতুন দিল্লী : ক্ৰিকেটৰ খেলপথাৰত ‘দ্যা ৱাল’ নামেৰে পৰিচিত ভাৰতীয় দলৰ প্ৰাক্তন ক্ৰিকেটাৰ ৰাহুল দ্রাবিড়ৰ সন্তান সমিত দ্রাবিড়েও যেন পিতৃৰ পথকে সাৰোগত কৰিছে। ১৪ বছৰ অনুৰ্ধৰ এখন ক্ৰিকেট খেলত জুনিয়ৰ দ্রাবিড়ে দুমাহৰ ভিতৰতে অভিলেখ সৃষ্টি কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। উল্লেখ্য যে ১৪ বছৰীয়া জুনিয়ৰ দ্রাবিড়ে সোমবাৰে ১৪ বছৰ অনুৰ্ধ বিটিআৰ টুৰ্ণামেণ্টত মাল্যা অদিতী ইণ্টাৰনেচনেল স্কুল আৰু শ্ৰী কুমাৰনৰ মাজত অনুষ্ঠিত খেলত দ্বিশতক অৰ্জন কৰে।
 ইফালে ২ মাহৰ ভিতৰত এয়া সমিত দ্রাবিড়ৰ দ্বিতীয়টো দ্বিশতক আছিল। এই খেলখনত সমিতে ২০৪ ৰান সংগ্ৰহ কৰে, য’ত তেওঁ ৩৩ টা চাৰি কোবায়। ইয়াৰ লগতে তেওঁ বলিঙতো পাৰদৰ্শিতা প্ৰদৰ্শন কৰি ২ টাকৈ উইকেট দখল কৰে। পাছত সমিতৰ এই সুন্দৰ খেলৰ সহায়ত মাল্যা অদিতী ইণ্টাৰনেচনেল স্কুলে ২৬৭ ৰানৰ ব্যৱধানত বিজয় সাব্যস্ত কৰে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি