- ক্ৰমাৎ শক্তিহীন হৈ পৰিছে কংগ্ৰেছ
- প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ গৃহ সমষ্টিত বিসম্বাদ
- ৯গৰাকী জ্যেষ্ঠ কংগ্ৰেছীৰ দলত্যাগ
- চামগুৰি সমষ্টিৰ ভুৰবন্ধা মণ্ডল কংগ্ৰেছৰ ৪জন সাধাৰণ সম্পাদকৰ পদত্যাগ
- দুগৰাকী উপসভাপতি সহ ৩জন কাৰ্যকৰী সদস্যৰ ভাৰতীয় জাতীয় কংগ্ৰেছ ত্যাগ
- ২১ৰ নিৰ্বাচনৰ পূৰ্বে চামগুৰি কংগ্ৰেছৰ নেতাৰ দলত্যাগে চিন্তিত কৰি তুলিছে কংগ্ৰেছ মহলক