Weather Data Source: wetter Bangalore 14 tage

June 23, 2025 12:13 pm

Home » আঞ্চলিক » নিজৰ বিয়াত নাচি আমোদ দিয়া ন-কইনা মাৰ্চি বৰাৰ আত্মহত্যা : ভালপোৱা কামত বাধা দিছিল স্বামীয়ে

নিজৰ বিয়াত নাচি আমোদ দিয়া ন-কইনা মাৰ্চি বৰাৰ আত্মহত্যা : ভালপোৱা কামত বাধা দিছিল স্বামীয়ে

গুৱাহাটী : গাৰ পৰা মাহ–হালধীৰ গোন্ধ নাযাওঁতেই জীৱনৰ মোহ ত্যাগ কৰিলে মাৰ্চি বৰাই। প্ৰেমৰ দিৱসৰ দিনাই জীৱনৰ পৰা চিৰবিদায় ললে ন–বোৱাৰী মাৰ্চি বৰাই। দুমাহ আগত এজনী নকইনাৰ এটা ভিডিঅ’ ভাইৰেল হৈছিল।নকইনাৰ নাম মাৰ্চি বৰা।বিয়াৰ দিনা তাইৰ সুখ মাৰ্চি মুখত জিলিকি আছিল। প্ৰেম বিবাহ হৈছিল মাৰ্চি।বহু বছৰৰ যুঁজৰ মূৰত নিজৰ ভালপোৱাৰ সৈতে যুগ্ম-জীৱনৰ পাতনি মেলিছিল। মাৰ্চি বৰাই আত্মহত্যা কৰিলে।ৰহস্যৰ গোন্ধ মৃত্যুৰ আঁৰত।

মাৰ্চি বৰাৰ দেউতাক আলফাত আছিল।আৰ্মীৰ গুলিত নিহত হৈছিল পিতৃ। অত্যন্ত সাহসী আছিল মাৰ্চি।সকলোবোৰ ধুমুহাৰ সৈতে সাহসেৰে যুঁজিছিল।ভায়েকক ভালদৰে পঢ়োৱাৰ মন আছিল মাৰ্চিৰ। মাত্ৰ দুমাহ পূৰ্বে বিবাহ পাশত আবদ্ধ হোৱা মাৰ্চি বৰাৰ আত্মহত্যা কাণ্ডই এতিয়া সৰ্বত্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে মাৰ্চি বৰাৰ আত্মহত্যাৰ ঘটনা। মাৰ্চিয়ে নিজাকৈ কিবা এটা কৰাৰ মন কৰিলেই হেঙাৰ ৰূপে থিয় দিছিল স্বামী প্ৰণৱ বৰা। টিকটকত একাউণ্ট খোলাৰ বাবেও স্বামীয়ে মাৰ্চিৰ সৈতে কৰিছিল কাজিয়া। ফলত মানসিক ভাবে একেবাৰে ভাঙি পৰিছিল মাৰ্চি। ইতিমধ্যে মাৰ্চি বৰাৰ মৃতদেহ উদ্ধাৰ কৰি আৰক্ষীয়ে যাৱতীয় তদন্ত কৰিছে।মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফুলৈ প্ৰেৰণ কৰা হৈছে মাৰ্চি বৰাৰ মৃতদেহ।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি