মহাৰাষ্ট্ৰ : মহাৰাষ্ট্ৰ চৰকাৰৰ কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত।এতিয়াৰ পৰা মহাৰাষ্ট্ৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে সপ্তাহত মাত্ৰ পাঁচ দিনহে কাম কৰিব লাগিব।ইতিমধ্যে ৰাজ্যিক কেবিনেটে অনুমোদন জনাইছে এই সিদ্ধান্তক।দেওবাৰৰ লগতে শনিবাৰেও কৰ্মচাৰীয়ে লাভ কৰিব ছুটি।মাহৰ প্ৰতিটো শনিবাৰেই বন্ধ থাকিব চৰকাৰী কাৰ্যালয়।কিন্তু এই সিদ্ধান্ত অসমৰ বাবে নহয়।