- গোৱালপাৰাৰ মাকৰিত ভয়ংকৰ পথ দুৰ্ঘটনা।
- সোমবাৰে বিয়লি যাত্ৰীবাহী বাছ আৰু ডাম্পাৰৰ মাজত সংঘটিত হয় এই দুৰ্ঘটনা।
- দুৰ্ঘটনাটোত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে ২০ জনতকৈ অধিক লোক।
- আহতসকলৰ ভিতৰত কেইবাটিও শিশু আছে।
- আহতসকলক চিকিৎসাৰ বাবে ইতিমধ্যে গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
- ৰ্ঘটনাগ্ৰস্ত AS17B 5519 নম্বৰৰ বাছখন ধুবুৰীৰ পৰা গোৱালপাৰা অভিমুখে গৈ আছিল ।