Weather Data Source: wetter Bangalore 14 tage

July 2, 2025 9:18 am

Home » আঞ্চলিক » মহানগৰীত পুনৰ অগ্নিকাণ্ড, ভস্মীভূত এটা বাসগৃহ

মহানগৰীত পুনৰ অগ্নিকাণ্ড, ভস্মীভূত এটা বাসগৃহ

মহানগৰীৰ কাহিলীপাৰাৰ ভকতগাঁৱৰ ২নং বাসগৃহত অগ্নিকাণ্ড। অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভৃত হয় এটা বাসগৃহ। অগ্নিকাণ্ডৰ সময়ত ঘৰটোত অকলশৰে আছিল ক্ষীৰেশ্বৰী দাস নাম মহিলাগৰাকী। শ্বৰ্ট চাৰ্কিটৰ ফলতেই অগ্নিকাণ্ডৰ সূত্ৰপাতৰ সন্দেহ। অগ্নিনিৰ্বাপক বাহিনীয়ে নিৰ্বাপন কৰে জুই। অগ্নিকাণ্ডত প্ৰায় ১০ লাখ টকাৰ সম্পত্তি যায়। মহিলাগৰাকীয়ে অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সময়তে অতি তৎপৰতাৰে ঘৰত থকা ছিলিণ্ডাৰ কেইটা বিস্ফোৰণৰ পৰা ৰক্ষা কৰে। ফলত অঞ্চলটোৰ বহু কেইটা বাসগৃহ অগ্নিকাণ্ডৰ পৰা ৰক্ষা পৰে। উল্লেখনীয় যে অঞ্চলটোৰ ৰাইজে প্ৰকাশ কৰা মতে অঞ্চলটোৰ পথসমূহ অতি ঠেক হোৱাৰ বাবেই প্ৰায় এঘণ্টা পলমকৈ আহে অগ্নিনিৰ্বাপকৰ দল। বহুসময়ত উপায়ুক্তৰ লগতে বিধায়কক পথসমূহ বহল কৰিবলৈ আৱেদন কৰা হৈছে যদিও কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি