Weather Data Source: wetter Bangalore 14 tage

June 25, 2025 2:31 pm

Home » আঞ্চলিক » ধেমাজিত কণ্ঠশিল্পী ৰাজীৱ শদিয়াক আক্ৰমণ দুৰ্বৃত্তৰ

ধেমাজিত কণ্ঠশিল্পী ৰাজীৱ শদিয়াক আক্ৰমণ দুৰ্বৃত্তৰ

ৰাজ্যত পুনৰ কণ্ঠশিল্পীক আক্ৰমণৰ ঘটনা। ধেমাজিত গায়ক ৰাজীৱ শদিয়াক আক্ৰমণ ৫জনীয়া দুৰ্বৃত্তৰ দলৰ। জোনাইত অনুষ্ঠান পৰিবেশন কৰি উভটি অহাৰ পথতেই শিল্পীগৰাকীৰ বাহনত আক্ৰমণ কৰে দলটোৱে।
 আক্ৰমণত আহত হয় গায়ক ৰাজীৱ শদিয়াৰ লগতে দুজন বাদ্যযন্ত্ৰী। আনহাতে সেই পথৰেই অনুষ্ঠান পৰিবেশন কৰি অহা বিপিন চাউদাঙে দুৰ্বৃত্তৰ দলটোক ৫০০০টকা দিয়াৰ পিছতহে আঁতৰি যায় আক্ৰমণকাৰী।
এই সমগ্ৰ ঘটনা ফেচবুক লাইভযোগে প্ৰকাশ কৰে ৰাজীৱ শদিয়াই। আনহাতে এই ঘটনাত আৰক্ষীৰ ভূমিকা ৰহস্যজনক বুলি মন্তব্য কৰে এজন ভুক্তভোগীয়ে। চিলাপথাৰ আৰক্ষীয়ে গুৰুত্ব নিদিয়াৰ অভিযোগ।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি