Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 3:52 am

Home » আঞ্চলিক » জেনিথ একাডেমীত গণতন্ত্ৰ দিৱস উদযাপন

জেনিথ একাডেমীত গণতন্ত্ৰ দিৱস উদযাপন

বৰপেটাৰোড : দেওবাৰে কাটাঝাৰ গাঁওত অৱস্থিত জেনিথ একাডেমীত দিনযোৰা কাৰ্যসূচীৰে গণতন্ত্ৰ দিৱস উদযাপন কৰে। পুৱা ৮.০০ বজাত কাটাঝাৰ বজাৰ হাই স্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক মাননীয় আব্দুল হান্নান চাহাবে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি গণতন্ত্ৰ দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে।
 বৃহত্তৰ অঞ্চলটোত শৈক্ষিক বিকাশ তথা গুণগত শিক্ষা প্ৰদানৰ উদ্দেশ্য ২০১৯ শিক্ষাবৰ্ষৰ পৰা অংকুৰ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ পাঠদান আৰম্ভ কৰে। যোৱা শৈক্ষিক বছৰত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত শ্ৰেণীশিক্ষাৰ লগতে বিভিন্ন প্ৰতিযোগিতামূলক অনুষ্ঠানৰ জড়িয়তে শৈক্ষিক বিপ্লৱৰ সূচনা কৰে।গণতন্ত্ৰ দিৱস উপলক্ষে বিভিন্ন প্ৰতিযোগিতা মূলক খেল-ধেমালিৰ আয়োজন কৰে। পুৱা ১১.৩০ বজাত অভিভাৱক সমন্বিতে এখন সভা অনুষ্ঠিত কৰা হয়। 
সভাত অতিথি হিচাপে উপস্থিত থাকে আইখাৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হাছান মোহাম্মদ ৰফিকুল ইছলাম, কন্দৰ্পনাথ ছোৱালী হাই স্কুলৰ সহ শিক্ষক মন্তাজ আলী, ৰেজাউল হক। সভাত স্কুল পৰিচালনা সমিতিৰ সম্পাদক ইউছুফ আলীয়ে গণতন্ত্ৰ দিৱসৰ তাৎপৰ্য ও গুৰুত্ব সম্পৰ্কে বহলাই কয়। অতিথি সকলেও ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকক উদ্দেশ্যি অতি গুৰুত্বপূৰ্ণ প্ৰদান কৰে। সভাৰ শেষত প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় স্থান লাভ কৰা ছাত্ৰ-ছাত্ৰী ক বঁটা প্ৰদান কৰা হয়। জেনিথ একাডেমীৰ এই প্ৰচেষ্টাক অঞ্চলবাসীয়ে শলাগ লয়।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি