Weather Data Source: wetter Bangalore 14 tage

June 19, 2025 10:21 pm

Home » আঞ্চলিক » অসম সাহিত্য সভাৰ সভাপতিক প্ৰশংসা আজমলৰ

অসম সাহিত্য সভাৰ সভাপতিক প্ৰশংসা আজমলৰ

সংকটত অসমীয়া ভাষা সেয়েহে অসম সাহিত্য সভাই আয়োজন কৰিছে অসমীয়া ভাষা সংৰক্ষণ আৰু সংবৰ্ধন শীৰ্ষক এক আলোচনাচক্ৰ। এই আলোচনাচক্ৰলৈ আমন্ত্ৰিত হ’ল বদৰুদ্দিন আজমল। আজমলক গামোচা-জাপি-চেলেং সহ সম্বৰ্ধনা জনাই অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে।

 এই অনুষ্ঠানত আজমলে কয় যে আমাৰ ভাষা অসমীয়া, আমি অসমীয়া আৰু সদায় অসমীয়া হৈ থাকিম। আজমল ফাউণ্ডেছন সাহিত্য সভাৰ লগত সদায় আছে আৰু থাকিব লগতে হোজাই সাহিত্য সভাৰ আদৰণিৰ দায়িত্ব আজমলক দিয়াৰ বাবে অসম সাহিত্য সভাৰ সভাপতিক প্ৰশংসা কৰিলে আজমলে।

অসমীয়াৰ ভাষাৰ ওপৰত গৱেষণাৰ বাবে এটা নতুন গবেষণা ক্ষেত্ৰ তৈয়াৰ কৰিবলৈ অসম সাহিত্য সভাক পৰামৰ্শ আজমলৰ আৰু তাৰ বাবে প্ৰয়োজনীয় সকলো ধৰণৰ বৰঙণি আগবঢ়াব বুলিও মন্তব্য কৰে। আগন্তুক লোকপিয়লত অসমীয়া ভাষা ৰক্ষাৰ বাবে আৰু অসমীয়া ভাষা কোৱা, সকলোৱে নিজৰ ভাষা হিচাপে অসমীয়াক গণ্য কৰোৱাৰ বাবে সকলো ধৰণৰ সহায় কৰিব বুলি মন্তব্য মৌলানা বদৰুদ্দিন আজমলৰ।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি