- হাউলীত ভয়াৱহ পথ দূৰ্ঘটনা৷
- তীব্ৰ বেগী ট্ৰাকে মহতিয়াই নিলে পথচাৰীক৷
- দুৰ্ঘটনাত পতিত ব্যক্তিজনৰ নাম আমিৰ হামজা৷
- লোকজনৰ ভৰিৰ ওপৰেৰে পাৰ হৈ গৈছে ট্ৰাকৰ চকা৷
- দুৰ্ঘটনাৰ ফলত লোকজনৰ দুয়োখন ভৰি বিচ্চিন্ন হৈ পৰে দেহৰ পৰা৷
- গুৰুতৰ ভাৱে আহত ব্যক্তি গৰাকীক সংকটজনক অৱস্থাত বৰপেটা মেডিকেল কলেজ হস্পিটাললৈ প্ৰেৰণ৷
- দূৰ্ঘটনাত পতিত আমিৰ হামজাৰ ঘৰ বৰপেটাৰ হাউলীত৷
- পেছাত দৰ্জি আমিৰ হামজা হাউলী চহৰৰ দাস গনেশ কমপ্লেক্সৰ নচিব টেইলৰৰ স্বত্বাধিকাৰী।
- দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ AS 01 GC 8520