Weather Data Source: wetter Bangalore 14 tage

June 12, 2025 7:08 pm

Home » আঞ্চলিক » যুৱ লেখক সঞ্জীৱ সাগৰ দাসৰ গ্ৰন্থ উন্মোচন

যুৱ লেখক সঞ্জীৱ সাগৰ দাসৰ গ্ৰন্থ উন্মোচন

ভৱানীপুৰ  : যোৱা ৪ জানুৱাৰীৰ পৰা সাদিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে ভৱানীপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত দ্বিতীয় বাৰ্ষিক পহুমাৰা গ্ৰন্থ মহোৎসৱ আৰু বাণিজ্য মেলাৰ সামৰণি পৰে। দ্বিতীয় বাৰ্ষিক পহুমাৰা গ্ৰন্থ মহোৎসৱ আৰু বাণিজ্য মেলাৰ সভাপতি ভৈৰৱেন্দ্ৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সন্ধিয়া সামৰণি সভাৰ গ্ৰন্থ উন্মোচনী অনুষ্ঠানত পহুমাৰা গ্ৰন্থ মহোৎসৱৰ আয়োজক সমিতিয়ে প্ৰকাশ কৰি উলিওৱা ভৱানীপুৰৰ যুৱ লেখক, সংবাদদাতা সঞ্জীৱ সাগৰ দাসৰ ‘হৃদয়ৰ খবৰ’ গ্ৰন্থখনি উন্মোচন কৰা হয়। 
এই গ্ৰন্থখনি উন্মোচন কৰে আনন্দৰাম বৰুৱা অকাডেমীৰ ৰেক্টৰ ড° ৰঞ্জিত কুমাৰ ডেকাই। গ্ৰন্থ উন্মোচনী অনুষ্ঠানত মঞ্চত উপস্থিত থাকে বিশিষ্ট বুদ্ধিজীৱি, সাংবাদিক হাইদৰ হুছেইন, ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মুকুন্দ শৰ্মা, বি এইচ্ বি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বিৰিঞ্চি কুমাৰ দাস, ভৱানীপুৰ উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰণ্টু কুমাৰ দাস, ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ধৰণীধৰ তালুকদাৰ, শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য গোপাল বায়ন।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি