Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 1:19 pm

Home » আঞ্চলিক » আছুৰ দখলত গুৱাহাটী বিশ্ববিদ্যালয় ছাত্র একতা সভা

আছুৰ দখলত গুৱাহাটী বিশ্ববিদ্যালয় ছাত্র একতা সভা

গুৱাহাটী : ৰাজ্যৰ উচচ শিক্ষাৰ প্রাণকেন্দ্র গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্র একতা সভাৰ নির্চনত আধিপত্য বিৰাজ কৰিছে আছুৱে৷ কালি অনুষ্ঠিত ভোটগ্রহণৰ অন্তত আজি ঘোষণা কৰা ফল অনুসৰি গুৱাহাটী বিদ্যালয়ৰ ছাত্র একতা সভাৰ ১৫ টা পদৰ ভিতৰত ১০টা পদেই আছুৱে দখল কৰিবলৈ সক্ষম হয়৷ বিজেপিৰ ছাত্র সংগঠন এ বি ভি পিয়ে ৩ টা পদ দখল কৰে৷
সভাপতি পদত আছু প্রক্ষেপিত প্রার্থী অনুৰাগ কল্যাণ বৰগোহঁাই জয়ী হৈছে৷ আছুৰ প্রার্থীগৰাকীয়ে ৯৯০টা ভোট লাভ কৰাৰ বিপৰীতে তেওঁৰ নিকটতম প্রতিদ্বন্দ্বী এ বি ভি পিৰ প্রক্ষেপিত শ্রেষ্ঠকৃষ্ণণ দত্তই ৭৭৯ টা ভোট লাভ কৰে৷ উপ-সভাপতি পদত আছুৰ লক্ষ্যজ্যোতি দাস বিনা প্রতিদ্বন্দ্বিতাৰে জয়ী হয়৷ সাধাৰণ সম্পাদক পদত এ বি ভি পিৰ প্রার্থী মুন তালুকদাৰ জয়ী হৈছে৷
মুন তালুকদাৰে ১২৫৯ টা ভোট লাভ কৰাৰ বিপৰীতে আছু সমর্থিত প্রার্থী হিমাদ্রী শর্ই ১০৬৬ টা ভোট লাভ কৰে৷ আছু সমর্থিত জয়ী অন্য বিষয়ববীয়াসকল হ’ল– তৃষ্ণা বর্মন (সহঃসাধাৰণ সম্পাদক), শিল্পীকা মধুকল্য (সংগীত সম্পাদক), গীতাশ্রী বৰা (তর্ক আৰু আলোচনী সম্পাদক), জুবিন মুত্তিুয়াৰ (গুৰু ক্রীড়া সম্পাদক), নবান্ধুৰ শইকীয়া (লঘু ক্রীড়া সম্পাদক), নাছিৰ মির্ (ছাত্র জিৰণি কোঠা সম্পাদক), সাগৰিকা কলিতা (ছাত্রী জিৰণি কোঠা সম্পাদক) আৰু ফার্ণি আহমেদ (সামাজিক সম্পাদক)৷ সাধাৰণ সম্পাদকৰ উপৰি এ বি ভি পিৰ বিজয়ী আন এগৰাকী বিষয়ববীয়া হ’ল সৌৰভ সাহা (সাংস্কৃতিক সম্পাদক)৷
ইফালে অপ্রীম কুমাৰ বৰা (সাহিত্য সম্পাদক) জয়ী হৈছে এছ এফ আইৰ বেনাৰত প্রতিদ্বন্দ্বিতা কৰি৷ উল্লেখযোগ্য যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্র একতা সভাৰ নির্চনত এইবাৰ মূল প্রতিদ্বন্দ্বিতা আছু আৰু এ বি ভি পিৰ মাজত৷ নির্চনত এন এছ ইউ আই আৰু ছাত্র মুত্তিু সংগ্রাম সমিতিয়েও প্রার্থী থিয় কৰাইছিল যদিও উত্তু ছাত্র সংগঠন দুটাৰ এজনো প্রার্থী জয়ী নহ’ল বুলি জানিব পৰা গৈছে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি