আমেৰিকাৰ হিউষ্টনৰ NRG ষ্টেডিয়ামত নজিৰবিহীন HOWDY MODI অনুষ্ঠান
হিউষ্টনৰ NRG ষ্টেডিয়ামৰ HOWDY MODI অনুষ্ঠানত পলমকৈ উপস্থিত হ’ল আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প ৰাষ্ট্ৰপতি ট্ৰাম্পক উচ্চ প্ৰশংসা মোদীৰ : ‘অব কী বাৰ ট্ৰাম্প চৰকাৰ’ সন্ত্ৰাসবাদৰ বিৰুদ্ধে নৰেন্দ্ৰ মোদীৰ হুংকাৰ : টেক্সাছৰ হিউষ্টনত জম্মু–কাশ্মীৰৰ ৩৭০ অনুচ্ছেদ বাতিলৰ প্ৰসঙ্গ নাম উচ্চাৰণ নকৰাকৈয়ে ড’নাল্ড ট্ৰাম্পৰ সন্মুখতে পাকিস্তানক আক্ৰমণ প্ৰধানমন্ত্ৰী মোদীৰ, প্ৰশ্ন কৰিলে 9/11 আৰু 26/11ৰ আক্ৰমণকাৰী ক’ত পোৱা হৈছিল? নৰেন্দ্ৰ মোদীক আমেৰিকাৰ সবাতোকৈ বিশ্বাসী বন্ধু : ড’নাল্ড ট্ৰাম্প আমেৰিকাত NRCৰ বিৰুদ্ধে প্ৰতিবাদ : মোদীৰ ভাষণৰ সময়তে ষ্টেডিয়ামৰ বাহিৰত প্ৰতিবাদ একাংশ প্ৰৱাসী ভাৰতীয়ৰ ছৈয়দ বুলবুল জামানুৰ হকৰ প্ৰতিবেদন : হিউষ্টনৰ NRG ষ্টেডিয়ামৰ HOWDY MODI অনুষ্ঠানত পলমকৈ উপস্থিত হ’ল আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প HOWDY MODI। হিউষ্টনৰ NRG ষ্টেডিয়ামত ইতিহাস সৃষ্টি কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে। এক ঐতিহাসিক