Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 9:46 am

Home » অন্যান্য » নিয়োগ সংবাদ » মেট্ৰিক পাছ : ডি আৰ ডি অ’ত আৰম্ভ হৈছে ২২৪টা পদৰ বাবে আৱেদন প্ৰক্ৰিয়া

মেট্ৰিক পাছ : ডি আৰ ডি অ’ত আৰম্ভ হৈছে ২২৪টা পদৰ বাবে আৱেদন প্ৰক্ৰিয়া

আৱেদন কৰা অন্তিম তাৰিখ ১৫ অক্টোবৰ, ২০১৯
দেশৰ নিবনুৱাসকলৰ বাবে সুখবৰ। ডিফেন্স ৰিছাৰ্চ এণ্ড ডেভেল’পমেন্ট অৰ্গেনাইজেশ্যন চমুকৈ ডি আৰ ডি অ’ত আৰম্ভ হৈছে ২২৪টা পদৰ বাবে আৱেদন প্ৰক্ৰিয়া। আৰু এই পদসমূহত আৱেদন কৰিবলৈ প্ৰাৰ্থীসকল হ’ব লাগিব দশম আৰু দ্বাদশ শ্ৰেণী উত্তীৰ্ণ।
যিসকল লোকে এই বিভাগটোত চাকৰি কৰিব বিচাৰে তেওঁলোকে অনলাইন আৱেদন কৰিব পাৰে। উল্লেখ্য যে, এই পদসমূহৰ বাবে আৱেদন কৰা অন্তিম তাৰিখ ১৫ অক্টোবৰ, ২০১৯। যদি আপোনালোক ইচ্ছুক তেন্তে তলত এই সন্দৰ্ভত কিছু কথা উল্লেখ কৰা হ’ল-
পদসমূহৰ নাম আৰু সংখ্যাঃ
  • ষ্টেন’গ্ৰাফাৰ গ্ৰেড-II: ১৩টা পদ।
  • এডমিনিষ্ট্ৰেটিভ এছিষ্টেন্ট (এ): ৫৮টা পদ।
  • ষ্ট’ৰ এছিষ্টেন্ট (এ): ৩২টা পদ।
  • ছিকিউৰিটী এছিষ্টেন্ট (এ): ৪০টা পদ।
  • ক্লাৰ্ক (কেন্টিন মেনেজাৰ গ্ৰেড-III) : ৩টা পদ।
  • এছিষ্টেন্ট হালৱাই ও ৰান্ধনীঃ ২৮টা পদ।
  • ভেহিকল অপাৰেটৰ (এ): ২৩টা পদ।
  • ফায়াৰ ইঞ্জিন ড্ৰাইফাৰ (এ): ৬টা পদ।
  • ফায়াৰমেনঃ ১৩টা পদ।

শিক্ষাগত অৰ্হতাঃ 
এই পদসমূহত আৱেদন কৰিবলৈ বিচৰা লোকসকলে দশম আৰু দ্বাদশ শ্ৰেণী পাছ হ’ব লাগিব।
আৱেদনকাৰী বয়সঃ 
এই পদসমূহত আৱেদন কৰা প্ৰাৰ্থীসকলৰ বয়স ১৮ৰ পৰা ২৭ বছৰ হ’ব লাগিব।
আৱেদন মাচুলঃ ১০০ টকা।
উল্লেখ্য যে, ২১ ছেপ্টেম্বৰ, ২০১৯ৰ পৰা এই পদসমূহত আৱেদন আৰম্ভ হৈছে। আৰু ইচ্ছুক প্ৰাৰ্থীসকলে drdo.gov.in (ক্তলিক কৰক)  গৈ অনলাইন আৱেদন কৰিব পাৰিব।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি