Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 1:47 pm

Home » আঞ্চলিক » ডাঃ দেৱেন দত্তৰ হত্যাকাণ্ড: কেন্দ্রীয় চৰকাৰলৈ জাননী জাৰি সবোর্চচ ন্যায়ালয়ৰ

ডাঃ দেৱেন দত্তৰ হত্যাকাণ্ড: কেন্দ্রীয় চৰকাৰলৈ জাননী জাৰি সবোর্চচ ন্যায়ালয়ৰ

টীয়ক :  টীয়ক চাহ বাগিচাৰ চিকিৎসক ডাঃ দেৱেন দত্তৰ হত্যাকাণ্ডৰ ঘটনাই স্পর্শ কৰিছেহি উচচতম ন্যায়ালয়৷ দত্তৰ হত্যাকাণ্ডৰ বিষয়টো উল্লেখ কৰি দেশৰ চিকিৎসক আৰু চিকিৎসা কর্মীসকলৰ সংগঠন এছ’চিয়েশ্যন অব৲ হেল৲থ কেয়াৰ প্রভাইডাৰ ইণ্ডিয়াই Association of Health care Providers India (AHPI). নিৰাপত্তা বিচাৰি ন্যায়ালয়ৰ কাষ চাপিছে৷
সংগঠনটোৱে দাখিল কৰা এখন আৱেদনৰ ভিত্তিতেই আজি উচচতম ন্যায়ালয়ৰ ন্যায়াধীশ এন ভি ৰামানাৰ খণ্ড বিচাৰপীঠখনে কেন্দ্রীয় চৰকাৰলৈ জাননী জাৰি কৰিছে৷ আনকি চিকিৎসকসকলৰ লগতে চিকিৎসা কর্মীসকলৰ নিৰাপত্তা নিশ্চিত কৰাৰ বাবে কেন্দ্রীয় চৰকাৰে কি পদক্ষেপ গ্রহণ কৰিছে সেয়াও জানিব খুজিছে ন্যায়ালয়ে৷ মন কৰিবলগীয়া কথা যে আৱেদনকাৰীসকলে সততে চিকিৎসক আৰু চিকিৎসা কর্মীসকলৰ ওপৰত সংঘটিত আক্রমণৰ ঘটনাৰ কথা উল্লেখ কৰি এনে ঘটনা ৰোধ কৰাৰ বাবে আইন প্রণয়ন কৰি বিশেষ ব্যৱস্থা গ্রহণ কৰিবলৈ ন্যায়ালয়ক অনুৰোধ জনাইছে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি