Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 9:17 am

Home » আঞ্চলিক » বৰপেটাত প্ৰেমিকাৰ ছুৰিকাঘাতত নিহত প্ৰেমিক

বৰপেটাত প্ৰেমিকাৰ ছুৰিকাঘাতত নিহত প্ৰেমিক

প্ৰায় ৭ বছৰ ধৰি প্ৰেমৰ সম্পৰ্ক আছিল বৰপেটাৰ বাণীকান্ত কাকতি মহাবিদ্যালয় প্ৰেমিকাৰ সৈতে প্ৰেমিকৰ

বৰপেটা : বৰপেটা জিলাৰ বাউসীৰ বাণীকান্ত কাকতি মহাবিদ্যালয়ত সংঘটিত হৈছে এক ভয়ংকৰ কাণ্ড। মহাবিদ্যালয়ৰ চৌহদতে ময়দুল ইছলাম নামৰ এজন যুৱকক ছুৰিকাঘাত কৰে এগৰাকী যুৱতীয়ে। প্ৰেমজনীত কাৰণতে এনেধৰণৰ ঘটনা মহাবিদ্যালয় খনত সংঘটিত হ’ল বুলি জানিব পৰা গৈছে। 

মহাবিদ্যালয়খনৰ স্নাতক মহলাৰ ছাত্ৰী, নিজৰ খুড়াকৰ জীয়ৰী সৈতে প্ৰেমৰ সম্পৰ্ক আছিল ময়দুলৰ ৷ প্ৰায় ৭ বছৰ ধৰি প্ৰেমৰ সম্পৰ্ক চলিছিল দুয়োৰে মাজত। কিন্তু তিনিদিন পূৰ্বে বিৱাহপাশত আৱদ্ধ হোৱা ময়দুল ইছলামে প্ৰেমিকাক লগ ধৰিবলৈ মহাবিদ্যালয়লৈ আহোতেই সংঘটিত হয় এই ঘটনা। মহাবিদ্যালয়ৰখনত থকা এজোপা গছৰ তলত প্ৰেয়সীৰ সৈতে কথা পাতি থাকেতেই প্ৰেমিকাই চুৰিৰে আঘাত কৰে যুৱকজনক। আঘাতপ্ৰাপ্ত যুৱকজনক লগে লগে স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও চিকিৎসকে বৰপেটা মেডিকেল কলেজ হস্পিটাললৈ প্ৰেৰণ কৰে ময়দুলক।কিন্তু পিছত বৰপেটা চিকিৎস মহাবিদ্যালয়ে যুৱকজনক মৃত্যু হোৱা বুলি সদৰি কৰে ৷ এই ঘটনাই সমগ্ৰ বৰপেটাতে চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি