Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 9:52 am

Home » বিবিধ » ভাইৰেল » ইমৰাণ খানক কিয় ভিখাৰী হিচাপে দেখুৱাইছে গুগলে:

ইমৰাণ খানক কিয় ভিখাৰী হিচাপে দেখুৱাইছে গুগলে:

  • ইমৰাণ খানৰ ভিখাৰীৰ ৰূপত দেখুওৱা এই ফটো ভাইৰেল ছচিয়েল মিডিয়াত
  • Googleত ‘ভিখাৰী’ টাইপ কৰি ছাৰ্চ কৰিলে ওলায় পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ ফটো

ৱেব সংবাদ : Googleত ‘ভিখাৰী’ (Bhikhari) শব্দ ছাৰ্চ কৰিলে এতিয়া দেখা যায় পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ ফটো। গুগল ইমেজত দেখা যোৱা ফটোত ইমৰাণ খানক ভিক্ষাৰ পাত্ৰ লৈ থকা দেখা গৈছে। এডিট কৰা এই ফটোত ইমৰাণ খানে হাতত এটা ভিক্ষাৰ পাত্ৰ লৈ থকা দেখা গৈছে। এডিটড ফটোখনত ইমৰাণ খানক পথত বহি থকা ভিক্ষাৰীৰ ৰূপত দেখুওৱা হৈছে। আচলতে বৰ্তমান তীব্ৰ বিত্তীয় সংকটৰ সৈতে যুঁজিছে পাকিস্তানে। ইয়াৰ পৰা পৰিত্ৰাণ পাবৰ বাবে প্ৰধানমন্ত্ৰী ইমৰাণ খানে ঋণ লোৱাৰ বাবে কেইবাখনো দেশ ভ্ৰমণ কৰাৰ খবৰ প্ৰকাশ পাইছে।

ইমৰাণ খানৰ ভিখাৰীৰ ৰূপত দেখুওৱা এই ফটো ভাইৰেল হৈছে ছচিয়েল মিডিয়াত।
ছছিয়েল মিডিয়াত ভাইৰেল হৈছে ফটো:
ছচিয়েল মিডিয়াত ইমৰাণ খানৰ এই ফটোক লৈ তীব্ৰ ককৰ্থনা কৰা হৈছে। ইমৰাণ খানৰ ভিখাৰীৰ ৰূপত দেখুওৱা এই ফটো ভাইৰেল হৈছে ছচিয়েল মিডিয়াত।

ইমৰাণ খানক কিয় ভিখাৰী হিচাপে কিয় দেখুৱাইছে গুগলে:
আচলতে, গুগল ছাৰ্চ ইঞ্জিনক এনেদৰে বনোৱা হৈছে যে যেতিয়া কোনো শব্দ টাইপ কৰি বাৰে বাৰে বিচৰা হয়, তেতিয়া ছাৰ্চ ইঞ্জিনে সেই কী–ৱৰ্ডটো জনপ্ৰিয় শ্ৰেণীত অন্তৰ্ভুক্ত কৰে। উল্লেখযোগ্য যে গুগল ইমেজ ছাৰ্চত ‘ইডিয়ট’ টাইপ কৰিলে সকলোতকৈ ওপৰত দেখা যায় ট্ৰাম্পৰ ফটো, যিখন বেবিস্পিটল ব্লগ ছাইটৰ। ইয়াত ড’নাল্ড ট্ৰাম্পক বাৰে বাৰে ‘ইডিয়ট’ কোৱা হৈছে। এই ব্লগ ছাইটত ড’নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে কেইবাটাও লিখনি লিখা হৈছে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি