|

ডিলিট হোৱা মেচেজ কেনেকৈ পঢ়িব…?

আপুনি যদি ৱাটচআপত ভুলতে কোনো আন লোকক মেছেজ প্ৰেৰণ কৰে তেন্তে আপুনি Delete for Everyone ফিচাৰ ব্যৱহাৰ কৰি এই মেছেজ দিলিট কৰি দিয়ে। কিন্তু এই ফিচাৰ ব্যৱহাৰ কৰি যদি কোনো লোকে মেছেজ প্ৰেৰণ কৰাৰ পিছত ডিলিট কৰি দিয়ে তেন্তে মনত প্ৰশ্ন হয় যে আপোনালৈনো কি মেছেজ প্ৰেৰণ কৰিছিল। ৱাটচআপত এই ফিচাৰ ২০১৭ চনৰ শেষত আহিছে। মেছেজ ডিলিট কৰাৰ বাবে ব্যৱহাৰকাৰীয়ে মেছেজটো ছিলেক্ট কৰাৰ পিছত ডিলিট আইকন ক্লিক কৰিলে দুটা অপচন দেখা যায়।ইয়াৰ পৰা আপুনি Delete for Everyone অপচন ছিলেক্ট কৰি মেছেজটো কৰা হয়। কেতিয়াবা আমাৰ বন্ধুসকলে ধেমালিতেও মেছেজ প্ৰেৰণ কৰি ডিলিট কৰি দিয়ে। যদি এনেকুৱা হয় তেন্তে ডিলিট কৰা মেছেজটো কি আছিল সেয়া কেনেকৈ চাব? যেতিয়া মেছেজ ডিলিট কৰা হয়,