Weather Data Source: wetter Bangalore 14 tage

June 24, 2025 7:13 pm

Home » আঞ্চলিক » হাউলী চহৰত উচ্ছেদ অভিযান

হাউলী চহৰত উচ্ছেদ অভিযান

হাউলী : বৰপেটা জিলাৰ হাউলীত আজি বৰপেটা জিলা প্ৰশাসনৰ সহযোগত হাউলী নগৰ সমিতিয়ে এক উচ্ছেদ অভিযন চলায়৷ হাউলী চহৰৰ মুল পথৰ দুয়োকাষে একাংশ ব্যৱসায়ীয়ে পদপথ দখল কৰি ব্যসায়িক গৃহ গঢ়ি তোলা সকলৰ বিৰুদ্ধে চলায় এই অভিযান৷ 
আনহাতে চহৰখনৰ বজাৰতো একাংশ ব্যৱসায়ীয়ে গঢ়ি তোলা দোকানঘৰ বাৰাণ্ডা আদি ভাঙি পেলোৱা হয়৷ বৰপেটা জিলাৰ অতিৰিক্ত উপায়ুক্ত পুলক পাটগিৰি আৰু উপ আৰক্ষী অধীক্ষক সমিৰন বৈশ্যৰ নেতৃত্বত আৰু আৰক্ষী, চিআৰপিএফ বাহিনীৰ জোৱানসকলৰ সহযেগত চহৰখনত চলোৱা হয় এই উচ্ছেদ অভিযান। হাউলী চহৰৰ পদপথ আৰু বজাৰৰ চৰকাৰী ভূমি বেদখল কৰি অবৈধভাবে গঢি় তোলা প্ৰায় শতাধিক ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলায় জিলা প্ৰশাসনে৷ 
উল্লেখ্য দীৰ্ঘদিন ধৰি এনেধৰে চলি থকা অবৈধ ব্যৱসাযযিক প্ৰতিষ্ঠানৰ বাবেই হাউলী চহৰত সকলো সময়তে তীব্ৰ যান যঁটৰ সৃষ্টি হৈ আহিছে। যাৰ পৰিপ্ৰেক্ষিতত আজি পৌৰ নিগমে বৰপেটা জিলা প্ৰশাসনৰ সহযোত এই উচ্ছেদ অভিযান চলায়। উল্লেখ্য যে ইয়াৰ পুৰ্বেও প্ৰশাসনে হাউলী চহৰত কেবাবাৰো উচ্ছেদ চলাইছিল যদিও উচ্ছেদৰ দুদিন পিছৰে পৰা ঠিক আগদৰে একাংশ ব্যৱসায়ীয়ে চৰকাৰী ভুমিত অবৈধ ভাবে দোকান সাজি লোৱা পৰিলক্ষিত হয়। প্ৰতি বছৰ দৰে এই বেলিও উচ্ছেদৰ পিছত পুনৰ উত্ত স্থান সমূহত অবৈধ দোকন পোহৰ গড়ি উঠিব নেকি তাকলৈ সচেতন মহলৰ মাজত প্ৰশ্ন উত্থানপন হৈছে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি