এটা ইনিংছত ২৮ টা ছয় কোবাই ৰিয়ান পৰাগৰ চমক!

২০১৯ চনৰ আইপিএলত ৰাজস্থান ৰয়েলছৰ হৈ দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়োৱা অসম সন্তান ৰিয়ান পৰাগে আকৌ দেখুৱালে বেটিং বিক্ৰম। মাত্ৰ ৪৩ টা বলতে ১৭৮ ৰান সংগ্ৰহ কৰি ৰিয়ানে দেখুৱালে নিজৰ পাৰদৰ্শিতা। ২০১৯ চনৰ আইপিএলৰ সংস্কৰণত ৰাজস্থান ৰয়েলছৰ হৈ দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়োৱা অসম সন্তান ৰিয়ান পৰাগে আকৌ দেখুৱালে বেটিং বিক্ৰম। মাত্ৰ ৪৩ টা বলত ১৭৮ ৰান সংগ্ৰহ কৰি ৰিয়ানে দেখুৱালে নিজৰ পাৰদৰ্শিতা। ৰিয়ানে খেলা এই দুৰ্দান্ত ইনিংছটোত আছিল ২৮ টা ছিক্সাৰৰ লগতে এটা চাৰি। লতাশিল খেলপথাৰত অনুষ্ঠিত চলি থকা সদৌ অসম আন্তঃবিদ্যালয় স্কুল টুৰ্ণামেন্টত ছাউথ পইণ্ট বিদ্যালয়ৰ হৈ এই দুৰ্দান্ত ইনিংছ খেলিলে অসম সন্তান ৰিয়ান পৰাগে। গুৱাহাটী মহানগৰৰ ছাইথ পইণ্ট স্কুল আৰু কেন্দ্ৰীয় বিদ্যালয়ৰ মাজত হোৱা খেলখনত ৰিয়ানৰ শতকৰ সহায়ত ছাইথ পইণ্ট স্কুলে