Weather Data Source: wetter Bangalore 14 tage

June 12, 2025 6:56 pm

Home » আঞ্চলিক » কংগ্ৰেছক মুকলি সমৰ্থন অবড়ো সুৰক্ষা সমিতিৰ

কংগ্ৰেছক মুকলি সমৰ্থন অবড়ো সুৰক্ষা সমিতিৰ

কোকৰাঝাৰত হীৰা শৰণীয়া অন্তিম ৪নং স্থানত থাকিব আৰু ইউজি ব্ৰহ্ম ম্যাদ উকলা টেবলেট
হাউলী : বৰপেটাৰ হাউলীত অনুষ্ঠিত অবড়ো সুৰক্ষা সমিতিৰ সভাত গৃহীত হ’ল এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ অবড়ো সুৰক্ষা সমিতিৰ নেতৃত্বই আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকলক লৈ আজি বৰপেটাৰ হাউলীত লোকসভা নিৰ্বাচনত অবড়োৰ স্থিতি সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ বাবে অনুষ্ঠিত কৰিছিল এই সভাখন৷
ৰাজ্যৰ এগৰাকী প্ৰাক্তন মন্ত্ৰী জ্যেষ্ঠ ৰাজনীতিক পদম বাহাদুৰ চৌহানেও অংশগ্ৰহন কৰা এই সভাখনত অবড়ো নেতাসকলৰ সৰ্ব সন্মত সিদ্ধান্ত অনুসৰি নৱ শৰনীয়াৰ পৰিৱৰ্তে কোকৰাঝাৰ সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী শব্দ ৰাভাক সমৰ্থন জনোৱাৰ সিদ্ধান্ত লয় অবড়ো সুৰক্ষা সমিতিয়ে৷ অকল কোকৰাঝাৰেই নহয় এইবাৰৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছক সমৰ্থন জনোৱাৰ সিদ্ধান্তও গ্ৰহন কৰে অবড়ো নেতৃত্বই৷ বিশেষকৈ কোকৰাঝাৰ, বৰপেটা, মঙলদৈ আৰু ধুবুৰীত কংগ্ৰেছক জনাব সমৰ্থন অবড়ো সুৰক্ষা সমিতিয়ে ৷
আনহাতে বৰপেটাৰ হাউলীত অনুষ্ঠিত অবড়োৰ সভাখনত যোগেশ্বৰ কলিতাৰ নেতৃত্বত গঠন হল এক নতুন অবড়ো সংগঠনৰ৷ অবড়ো সুৰক্ষা সমিতিৰ পৰিৱৰ্তে যোগেশ্বৰ কলিতাৰ নেতৃত্বত গঠিত হ’ল ‘সন্মিলিত অবড়ো জনগোষ্ঠীয় মহাশক্তি’ নামৰ নতুন সংগঠনটোৰ৷ বিটিএডিৰ ৯ টাকৈ সংগঠনৰ উপস্থিতিত গঠিত হ’ল এই অবড়ো মহাশক্তি৷ আনহাতে, হীৰা শৰণীয়া সম্পৰ্কত মন্তব্য দি  যোগেশ্বৰ কলিতাই কয়— কোকৰাঝাৰত হীৰা শৰণীয়া অন্তিম ৪নং স্থানত থাকিব আৰু ইউজি ব্ৰহ্মক ম্যাদ উকলা টেবলেট৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি