ভাৰত-পাকিস্তান : কাৰ কিমান শক্তি ?
ভাৰত-পাকিস্তানৰ মাজত যদি এখন পূর্ণাংগ পৰ্যায়ৰ যুদ্ধৰ সূচনা হয়, তেন্তে দুয়ােখন দেশৰ সামৰিক শক্তি কাৰ কিমান সেয়া নিশ্চিতভাৱে পর্যালােচনালৈ আহিব। অৱশ্যে আক্ষৰিক অর্থতেই সামৰিক শক্তিত ভাৰতে পাকিস্তানতকৈ ভালেখিনি আগুৱাই আছে… ভাৰত সামৰিক বাজেট : ৫৮ বিলিয়ন ডলাৰ। মিছাইল : ৯ বিধ বিভিন্ন ৰেঞ্জৰ ক্ষেপণাস্ত্র আছে। ইয়াৰে ‘অগ্নি৩’ পাঁচ হাজাৰ কিলােমিটাৰ। পর্যন্ত দূৰত্ব ভেদিব পাৰে। পৰমাণু বােমা : ১৩০-১৪০টা। স্থলসেনা : ১২ লাখ জোৱান। ৩৫৬৫ টেংক, ৩১০০ যুঁজাৰু বাহন, ৩৬৬ মাৰণাস্ত্র কঢ়িওৱা গাড়ী, ৯৭১৯ বিধ্বংসী মাৰণাস্ত্র। বায়ুসেনা : ১.২৭ লাখ জোৱান। ৮১৪ যুঁজাৰু বিমান। নৌসেনা : ৬৭ হাজাৰ জোৱান। এখন বিমান পৰিবাহী জাহাজ, ১৬খন ছাবমেৰিন, ১৪খন ডেয়াৰ, ১৩খন ফ্রিগেটছ। পাকিস্তান সামৰিক বাজেট :