দহ বছৰৰ পাছত অস্কাৰত উজলিল ভাৰত

বিদেশী ভাষাৰ চিনেমাৰ শাখাত শ্রেষ্ঠ ৰােমা গ্রীন বুক সর্বশ্রেষ্ঠ চিনেমা অলিভিয়া কলমেন শ্রেষ্ঠ অভিনেত্রী ৰামি মালেক শ্রেষ্ঠ অভিনেতা শ্রেষ্ঠ পৰিচালক আলফছ’ কুন লছ এঞ্জেলছ : পিৰিয়ডঃ এণ্ড অব্ ছেনটে। নামৰ চুটি তথ্যচিত্ৰখনে ইয়াত অনুষ্ঠিত অস্কাৰ বঁটা প্রদান অনুষ্ঠানত ভাৰতক গৌৰৱ কৰাৰ এক সুযােগ দিয়ে। পিৰিয়ডঃ এণ্ড অব ছেনটেনচে ডকুমেণ্টৰী শ্বশাখাত অস্কাৰ বঁটা জয় কৰি সকলােকে আচৰিত কৰি তােলে। উত্তৰ প্রদেশৰ হাপুৰ জিলাৰ কাঠি খেৰা গাঁৱৰ এগৰাকী যুৱতীৰ কাহিনীৰ আধাৰত এই চিনেমাখন নির্মাণ কৰা হৈছে। ইফালে মেক্সিকোৰ পৰিচালক আলফনছ’ কুৰনৰ ৰােমাই বিদেশী ভাষাৰ শাখাত শ্রেষ্ঠ চলচ্চিত্ৰৰ বঁটা লাভ কৰে। ৯১ সংখ্যক অস্কাৰ বঁটা প্রদান অনুষ্ঠানত শ্রেষ্ঠ চলচ্চিত্ৰৰ বঁটা লাভ কৰে গ্রীন বুকে। কুৰনে শ্রেষ্ঠ পৰিচালকৰ বঁটাও লাভ কৰে। ইফালে দ্য ফেভাটিত

তীব্র খাদ্য সংকটত ইটানগৰ

ইটানগৰ : অৰুণাচলৰ ছয় জনগোষ্ঠীৰ লোকক পি আৰ চি দিয়াক কেন্দ্র কৰি আজিও ৰাজ্যখনৰ পৰিস্থিতি অগ্নিগর্ভ হৈ আছে৷ আৰক্ষী-সেনাৰ অভিযান তীব্রতৰ হোৱাৰ পাছত আজি উত্তেজনাময় পৰিস্থিতি ইটানগৰত কিছু পৰিমাণে শাম কাটিছে যদিও ৰাজধানী ইটানগৰত বসবাস কৰা লোকৰ মাজত তীব্র খাদ্য সংকটে দেখা দিছে৷ বিগত পাঁচদিন ধৰি অসমৰ কেইবাহাজাৰ লোকে ইটানগৰত আবদ্ধ হৈ ভয়-আতংকৰে খাদ্য সংকটৰ মাজত জীৱন নির্বাহ কৰি আছে৷ ইটানগৰৰ ক্ষোভ আৰু হিংসাৰ অগনি নিকটৱর্তী অঞ্চলসমূহলৈ সম্প্রসাৰিত হৈছে৷ আজি পুৱা প্রায় ১০ বজাত অসম-অৰুণাচল সীমাৰ লখিমপুৰ জিলাৰ বান্দৰদেৱাত শ শ অৰুণাচলী যুৱক-যুৱতীয়ে হাতে হাতে লাঠী, ৰড লৈ বান্দৰদেৱা আৰক্ষী তালাচী চকী অতিক্রমি ১৫নং ৰাষ্ট্রীয় ঘাই পথেৰে আহি অৰুণাচলৰ উপ-মুখ্যমন্ত্রী চাওনা মেইন’ৰ বান্দৰদেৱাত নির্মাণৰত বাসগৃহটোৰ শিল, ইটা দলিয়াই বিস্তৰ ক্ষতিসাধন

অসাৰ প্রতিপন্ন হ’ল কোটিটকীয়া গুণোৎসৱ

গুৱাহাটী : অসাৰ প্রতিপন্ন হ’ল গুণোৎসৱ৷ গুজৰাট মডেল অনুসৰণ কৰি সোণোৱাল চৰকাৰে আৰম্ভ কৰা গুণোৎসৱ বগা হাতীত পৰিণত হ’ল৷ প্রাথমিক আৰু মাধ্যমিক পর্যায়ত শিক্ষাৰ গুণগত মান নির্ধাৰণ আৰু শৈক্ষিক পৰিৱেশৰ উত্তৰণৰ বাবে প্রয়োগ কৰা গুণোৎসৱৰ ইতিবাচক আৰু ব্যাৱহাৰিক দিশটোৰ প্রতি পিঠি দিছে খোদ ৰাজ্য চৰকাৰে৷ কিয়নো বিগত বর্ষৰ গুণোৎসৱৰ ফল আজিলৈকে শিক্ষা বিভাগে ঘোষণা নকৰিলে৷ উল্লেখযোগ্য যে ২০১৮ বর্ষৰ গুণোৎসৱ ৮ অক্টোবৰৰ পৰা ১১ অক্টোবৰলৈ ১৬খন জিলাত আৰু ৩১ অক্টোবৰৰ পৰা ৩ নৱেম্বৰলৈ ১৭খন জিলাত দুটা পর্যায়ত সম্পন্ন হয়৷ গুণোৎসৱৰ ফল জানুৱাৰী মাহৰ ভিতৰত ঘোষণা কৰিব লাগিছিল যদিও আজিকোপতি শিক্ষা বিভাগে ঘোষণা কৰা নাই৷ চাৰি মাহ পাছতো কিয় শিক্ষা বিভাগে গুণোৎসৱৰ ফল ঘোষণা কৰা নাই তাক লৈ স্বাভাৱিকতেই প্রশ্ন উদয়

|

পাকিস্তানত প্ৰৱেশ কৰি জেইএমৰ ঘাটিত আক্ৰমণ ভাৰতৰ

ৱেব সংবাদ : জম্মু-কাশ্মীৰৰ পুলৱামাৰ বৰ্বৰ আত্মঘাতী আক্ৰমণৰ ক্ষোভ ভাৰতীয় সকলৰ মনত আজিও কেঁচা ঘা সদৃশ হৈ আছে। সেই নৃশংস আক্ৰমণৰ পোতক ল’বলৈ যেন সাজু আছিল ভাৰতীয় সেনা। পুলৱামা আক্ৰমণৰ ১১ দিন পিছত অৱশেষত বীৰ জোৱানৰ হত্যাৰ প্ৰতিশোধ বিচাৰি পাক সমৰ্থিত সন্ত্ৰাসবাদীৰ ওপৰত আক্ৰমণ চলাবলৈ সক্ষম হ’ল ভাৰতীয় সেনাই। মঙলবাৰে পুৱতি নিশা প্ৰায় ৩.৩০ বজাত ভাৰতীয় সেনাই পাক অধিকৃত কাশ্মীৰৰ মুজফ্ফৰাবাদ, বালাকোট আৰু চোকেটীৰ সন্ত্ৰাসবাদী ঘাটিত আক্ৰমণ চলায়। পুৱতি নিশা বায়ু সেনাই ১২ খন মিৰাজ-২০০০ যুদ্ধ বিমানেৰে আদমপুৰ এয়াৰবেজৰ পৰা পৰা যাত্ৰা কৰি সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ চলাই সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস কৰে। মুঠ ১০০০ কেজি ওজনৰ বোমা নিক্ষেপ কৰি সেনাই এল অ’ চি অতিক্ৰম কৰি জইছ-ই-মহম্মদৰ নিয়ন্ত্ৰণ কক্ষ ‘আলফা-৩’ আৰু লাঞ্চ