বন্ধ নহয় বি এছ এন এল সেৱা : অসমতো হ’ব ৪জি সেৱা

গুৱাহাটীঃ বন্ধ হ’ব নেকি বি এছ এন এল সেৱা? এই লৈ বিগত কিছুদিনৰ পৰা সমগ্ৰ দেশ জুৰি চলা চৰ্চাৰ পিছতে শুকুবাৰে ভাৰত সঞ্চাৰ নিগম লিমিটেড অৰ্থাৎ বি এছ এন এলৰ অসম চাৰ্ক’লৰ চি জি এম সন্দীপ গোভিলৰে এখন সংবাদ মেল সম্বোধন কৰে। সংবাদমলেত তেওঁ বি এছ এন এল সেৱা বন্ধ হোৱাক লৈ প্ৰচাৰ হোৱা বাতৰি ভুৱা বুলি মন্তব্য কৰে। বি এছ এনে এলৰ সেৱা বন্ধ কৰাৰ বাবে চৰকাৰৰ ওচৰত কোনো প্ৰস্তাৱ নাই বুলি স্পষ্ট কৰি সন্দীপ গোভিলৰে কয় যে অচিৰেই অসমতো বি এছ এন এলে ৪জি সেৱা আগবঢ়াব। উন্নত নেটৱৰ্ক আৰু বাফাৰিঙৰে অসমত ৪জি সেৱা প্ৰচলনৰ বাবে ইতিমধ্যে চিন্তা চৰ্চা কৰা হৈছে বুলিও জানিবলৈ দিয়ে চি জি এম গৰাকীয়ে। আনফালে