Weather Data Source: wetter Bangalore 14 tage

June 17, 2025 9:40 am

Home » মনোৰঞ্জন » মুক্তি পালে প্ৰধানমন্ত্ৰী মোডীৰ নতুন ৰেপ ছং

মুক্তি পালে প্ৰধানমন্ত্ৰী মোডীৰ নতুন ৰেপ ছং

ৱেব সংবাদ : আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে দলীয় প্ৰচাৰত নামি পৰিছে ৰাজনৈতিক দলসমূহ। ন ন প্ৰতিশ্ৰুতি, শ্ল’গানেৰে সাধাৰণ ভোটাৰক আকৰ্ষিত কৰাৰ কৌশল ৰচিছে দলসমূহে। পিছ পৰি ৰোৱা নাই মোডী চৰকাৰো। বিগত লোকসভা নিৰ্বাচনত ‘অব কী বাৰ মোডী চৰকাৰ’, ‘হৰ হৰ মোডী, ঘৰ ঘৰ মোডী’ আদি পৰিৱৰ্তনৰ শ্ল’গান দি জনতাক প্ৰলোভিত কৰিবলৈ সক্ষম হোৱা মোডীৰ পিছতে এইবাৰ নিৰ্বাচনী প্ৰচাৰ কিছু পৃথক।
The rap India had to wait for decades to tap!
“Banda Apna Sahi Hai…
बंदा अपना सही है…”
— BJP (@BJP4India) 13 February 2019

বিগত ৫ টা বছৰত তেওঁৰ চৰকাৰে কি কাম কৰিলে সেয়া ইতিমধ্যে জনতাই প্ৰত্যক্ষ কৰিছেই। যাৰ বাবে এইবাৰ যে তেওঁৰ পৰিৱৰ্তনৰ শ্ল’গানে ভোটাৰক আকৃষ্ট কৰিব নোৱাৰিব পাৰে, তাৰ আশংকা কৰি নিৰ্বাচনী প্ৰচাৰৰ ৰূপেই সলনি কৰি দিছে। শেহতীয়াকৈ এইবাৰ নৰেন্দ্ৰ মোডীৰ নিৰ্বাচনী প্ৰচাৰৰ এক অংশ হিচাপে মুক্তি লাভ কৰিছে এটা ৰেপ চং। ২ মিনিট ৩৮ চেকেণ্ড দৈৰ্ঘ্যৰ এই ৰেপ চংটোৰে এইবাৰ প্ৰধানমন্ত্ৰী মোডীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখিবলৈ পোৱা গৈছে।

‘বন্দা অপনা চহী হ্যেই’ শীৰ্ষক এই ৰেপ চংটোত মোডীৰ পাঁচ বছৰীয়া কাৰ্যকালৰ থুলমুল আভাষ দাঙি ধৰা হৈছে। মোডীৰ প্ৰধানমন্ত্ৰী উজ্বলা যোজনাৰ অধীনত ৰন্ধন গেছ বিতৰণ কৰা, অনাময় শৌচাগাৰ নিৰ্মাণ, মোডিৰ ডিজিটেল ইণ্ডিয়াৰ আৰ্হি আদিৰ খাতিয়ান দাঙি ধৰা হৈছে ৰেপ চংটোত। সদ্যহতে মুক্তিলাভ কৰা এই মোডী বিষয়াক ৰেপ চংটো বিজেপিয়ে নিজৰ টুইটাৰ একাউন্টৰ জৰিয়তে প্ৰকাশ কৰিছে। এই গীতটোৱে দৰ্শকক কেনেদৰে প্ৰলোভিত কৰাবলৈ সক্ষম হ’ব তাক লৈ ইতিমধ্যে চৰ্চা চলাও পৰিলক্ষিত হৈছে।

সংগ্ৰহ : অসমীয়া প্ৰতিদিন

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি