Weather Data Source: wetter Bangalore 14 tage

June 25, 2025 2:16 pm

Home » অন্যান্য » অর্থনীতি » ব্যৱসায়-বাণিজ্য » ভাৰতত মুকলি কৰা হৈছে মাইক্ৰ’চফ্ট চাৰ্ফেচ গ’

ভাৰতত মুকলি কৰা হৈছে মাইক্ৰ’চফ্ট চাৰ্ফেচ গ’

নতুন দিল্লী : চাৰ্ফেচ গো, মাইক্ৰ’চফ্টৰ ক্ষুদ্ৰ আৰু অধিক সমৰ্থবান পৃষ্ঠ যতন, এতিয়া ভাৰতত উপলব্ধ হৈছে সম্পূৰ্ণৰূপে ফ্লিপকাৰ্টৰ লগত যাৰ আৰম্ভণিৰ মূল্য হৈছে 38,599 টকা। 522 গ্ৰাম ওজনত, 10 ইঞ্চিৰ যতন এটাত লেপটপৰ কাৰ্য আৰু টেবলেটৰ বহনযোগ্যতা আগবঢ়োৱা হৈছে সেইসকল ব্যক্তিৰ বাবে যিয়ে কোনো খণ্ডত বহুমুখিতা বিচাৰে। বেছিভাগ বেগতে ই সুৰক্ষিতভাবে উপযুক্ত, চাৰ্ফেচ গো হৈছে এটা নিখুঁট দৈনিক কাৰ্য।
পাৱাৰ্ড ৱাই ইণ্টেল® পেণ্টিয়াম® গোল্ড প্ৰচেচৰ 4415Y, ব্যৱহাৰকাৰীয়ে একেলগে এটা এপ্লেকচন যেনে ওৱান নোট,বা নেটফ্লিক্সৰ পৰা ষ্ট্ৰীম ভিডিঅ’ চোৱাৰ বাবে আশা কৰিব পাৰে। প্ৰচেচৰটো, যিটোক নিৰ্বাচিত কৰা হৈছে ইয়াৰ কাৰ্য, বেটেৰী লাইফ আৰু পাতল হোৱাৰ নিয়ন্ত্ৰণৰ বাবে, সংৰক্ষিত কাৰ্যৰ বাবে বহনযোগ্য শক্তি প্ৰদান কৰা হয়। চাৰ্ফেচ গো য়ে লগতে আগবঢ়ায় 9 ঘম্টাৰ বেটেৰী লাইফ[1], যিয়ে ব্যৱহাৰকাৰীসকলৰ এবাৰ চাৰ্জৰ জৰিয়তে তেওঁলোকৰ কৰ্মস্থানৰ পৰা বাসস্থানলৈকে সক্ৰিয় কৰি ৰাখিব।
“বিশ্বব্যাপী আৰু ভাৰতত, ইয়াৰ উদগনি গ্ৰাহক আৰু প্ৰতিষ্ঠান দুয়োটাৰে মাজত অধিকভাবে চাৰ্ফেচ কমিউনিটি বৃদ্ধি হোৱা দেখা গৈছে। আৰম্ভ কৰা হৈছিল ‘টেবলেট, আপোনাৰ লেপটৰ পৰিৱৰ্তে’, যিটো গতিশীল পৰিয়ালৰ সামগ্ৰীত পৰিৱেষ্টিতভাবে বৃদ্ধি হৈছিল, প্ৰতিটো পৰিকল্পনাত সুন্দৰভাবে গ্ৰাহকৰ প্ৰয়োজনীয়তা বিশেষভাবে স্থাপন কৰা হৈছিল আৰু কম্পিউটাৰ কেনে ধৰণৰ হোৱা উচিত তাৰ পুনৰ ব্যাখ্যা কৰিছিল। চাৰ্ফেচ গো হৈছে আমাৰ উত্তৰ সেইসকল ব্যৱহাৰকাৰীসকলৰ বাবে, যিসকলে বহনযোগ্য আৰু বহুমুখী যতন তেওঁলোকৰ বাজেট অনুসৰি বিচাৰি আছিল, কিন্তু তেওঁলোকে আমাৰ লাইন-আপ বৃদ্ধি হোৱা বুজাবুজিৰ অবিহনে। চাৰ্ফেচ লাইন-আপত থাকিব মানুহে অধিক কাৰ্য কৰিব পৰা মাইক্ৰ’চফ্টৰ লক্ষ্য।” প্ৰিয়াদৰ্শিনী মহাপাত্ৰই কৈছিল, দোশৰ সাধাৰণ পৰিচালক- উপভোক্তা আৰু যতন, মাইক্ৰ’চফ্ট ইণ্ডিয়া।
চাৰ্ফেচ গোই আগবঢ়ায় সম্পূৰ্ণ বহুমুখিতা যিয়ে ব্যৱহাৰকাৰীৰ আৱশ্যকতা নিৰ্বিশেষে পূৰণ কৰে। কিকষ্টেণ্ডত নিৰ্মিত, এটা চাৰ্ফেচ যতনৰ এটা চিগনেচাৰ, এটা সম্পূৰ্ণ ঘৰ্ষণৰ সৈতে, যিটোৱে 165 ডিগ্ৰী বৃদ্ধি কৰে। দ্বাৰসন্ধি পৰিকল্পনাই ব্যৱহাৰকাৰীক যিকোনো কাৰ্যৰে সঠিক কোণ লাভ কৰাত সহায় কৰিব কিকষ্টেণ্ডক তলফালে ঠেলি ফটোত ইঙ্ক দিবলৈ যিটো আপুনি আপোনাৰ বন্ধুলৈ পঠিয়াব পাৰে।
চাৰ্ফেচ গোৱে আগবঢ়াইছে অতি আকৰ্ষণীয়, ক্ৰেতাৰ প্ৰয়োজন অনুসৰি নিৰ্মাণ কৰা হাই-ৰিজলুচন পিক্সেল চেনচ ডিচপ্লে যিয়ে চাৰ্ফেচ পেন[2] ধৰি ৰাখিব 4,096 স্তৰৰ চাপৰ সংবেদনশীলতা, নিম্ন পেন পেৰেলেক্স, নিম্ন লেটেন্সি আৰু নোট গ্ৰহণৰ সঠিক প্ৰিচিচন, চিত্ৰ অংকন আৰু কম্পিউটাৰত থকা পৰিকল্পনা।
চাৰ্ফেচ গোৰ সৈতে চাৰ্ফেচ গো চিগনেচাৰ টাইপ কোভাৰ[3] আৰু নতুন চাৰ্ফেচ মোবাইল মাউচ[4], আৰু ব্যৱহাৰকাৰীয়ে সকলো স্থানতে সম্পূৰ্ণ-নৱগঠিত লেপটপৰ অভিজ্ঞতা লাভ কৰিব পাৰিব। চিগনেচাৰ টাইপ কোভাৰ উপলব্ধ ক’লা, প্লাচ প্লেটিনাম, বাৰ্গাণ্ডি, আৰু কোবলেট ব্লু এলকান্ত্ৰাত®। ইয়াত লগতে সংলগ্ন হৈ আছে সম্পূৰ্ণ যান্ত্ৰিক কি চেট, বেকলিট কি, খৰতকীয়া, মিহি টাইপিঙৰ বাবে সুবিধাজনক স্থান, আৰু এটা ডাঙৰ গ্লাছৰ ট্ৰেকপেড, নিয়ন্ত্ৰণ আৰু পৰিচালনাৰ বাবে।
ব্যৱহাৰকাৰী যিয়ে সম্পূৰ্ণ ডেস্কটপ লাভ কৰিছে, চাৰ্ফেচ ডক[5] চাৰ্ফেচ গোৰ শক্তিশালী সৰ্মস্থানলৈ ৰূপান্তৰ হৈছে যিয়ে ব্যৱহাৰকাৰীক তেওঁলোকৰ চাৰ্ফেচ চাৰ্জ কৰিবলৈ দিয়ে, সম্পূৰ্ণ-আকাৰৰ কিবোৰ্ডত সংযুক্ত কৰে আৰু একাধিক বাহ্যিক মনিটৰৰ লগত সংযুক্ত কৰে।
আন চাৰ্ফেচ যতনৰ সৈতে একে, চাৰ্ফেচ গোৱে 3:2 ডিচপ্লেক মান দিয়ে। থিৱ অৱস্থাত, পৰ্দাখন বেছিভাগ টেক্সবুকৰ অৱস্থানৰ লগত সংলগ্ন ৰাখি পৰিকল্পনা কৰা হৈছে, এইটো দেখাত এনেকুৱা লাগে কোনো এজনে একাষৰ পৰা পেপাৰবেক কিতাপহে পঢ়ি আছে। 10- ইঞ্চিৰ পৰিকল্পনাটোৱে চাৰ্ফেচ গোক অধিক সংকুচিত কৰিছে আৰু এইটো হৈছে দৈনিক উপভোগ আৰু সৃষ্টিৰ বাবে এটা উপযোগী আকাৰ- চিয়াহী বা কিবোৰ্ড আৰু মাউচৰ দ্বাৰা।
ব্যৱহাৰকাৰী যিয়ে ভিডিঅ’ কলিঙৰ সংযোগ বিচাৰে, চাৰ্ফেচ গোৱে এটা 5.0-মেগাপিক্সেলৰ এইচ ডি কেমেৰা আৰু ৰিয়েৰ অটো-ফ’কাচ 8.0-মেগাপিক্সেল এইচ ডি কেমেৰা, দুটা মাইক্ৰ’ফোনৰ সৈতে সংলগ্ন কৰিছে যিয়ে স্কাইপৰ জৰিয়তে সঠিক ভিডিঅ’ আৰু সটিক শব্দ শুনাত সহায় কৰিব।
চাৰ্ফেচ গো ৱিনডো 10 হোমৰ সৈতে এচ মোডত আহিছে, যিয়ে এটা সাৰ্বজনীন সুবিধা প্ৰদান কৰে, উৎপাদনশীলতা ৱিনডোই সুৰক্ষিত আৰু কাৰ্যকাৰিতাৰ অভিজ্ঞতা প্ৰদান কৰে। মাইক্ৰ’চফ্ট ষ্টোৰ আৰু ব্ৰাউজিঙৰ পৰা ব্যৱহাৰ কৰা এপ সুৰক্ষিত মাইক্ৰ’চফ্ট ইজৰ, ৱিনডো 10 এচ মোডে আপোনাক ক্ষীপ্ৰ ভাবে আৰু অধিক সুৰক্ষিতভাবে দৈনিক কাৰ্যত সহায় কৰিব।
ব্যৱসায়িক গ্ৰাহকে ৱিনডো 10 প্ৰো ল’ব পাৰে যিয়ে তেওঁলোকৰ আৱশ্যকীয় ব্যৱসায়িক সুৰক্ষাৰ সুবিধা প্ৰদান কৰিব যিয়ে সঁজুলি আৰু ইয়াৰ গঠনক আধুনিক বিপদৰ পৰা ৰক্ষা কৰিব। ব্যৱহাৰকাৰীয়ে ৱিনডো অটোপাইলৰ পৰাও সুবিধা লাভ কৰিব পাৰিব, য’ত চাৰ্ফেচ গো আনবক্স কৰিব পাৰি আৰু সংখ্যাৰ মান নিৰূপন কৰিব পাৰি। ই এটা উত্তম অভিজ্ঞতা ব্যক্তিগতভাবে প্ৰদান কৰিব কম স্তৰৰ গঠনৰ সৈতে, কোনোধৰণৰ কাৰিকৰী সংযোজনৰ অবিহনে।
ইয়াৰোপৰি, ব্যৱহাৰকাৰীয়ে ৱিনডো হেলোৰ এটা হাঁহিৰ সৈতে লগঅন কৰিব পাৰিব, ব্যৱহাৰকাৰীয়ে বায়োমেট্ৰিক চিনাক্ত কৰি ক্ষীপ্ৰ আৰু সুৰক্ষিতভাবে চাইন-ইন কৰাব। ব্যৱস্থাপনা আৰু ৱিনডো 10ৰ সুক্ষাৰ সুবিধাৰ ওপৰত নিৰ্ভৰ কৰি নিৰ্মাণ কৰা হৈছে, যিটো কাৰিকৰী দলে জানে আৰু বিশ্বাস কৰে, চাৰ্ফেচ গো মাইক্ৰ’চফ্ট-প্ৰমাণিত সুৰক্ষা, ৱিনডো ডিফেণ্ডাৰ এণ্টিভাইৰাছ, একাধিক কাৰ্যৰ সমৰ্থ আৰু বিশ্ব-শ্ৰেণীৰ সহযোগিতাৰ সৈতে আহিছে।
চাৰ্ফেচ গো বৰ্তমান ভাৰতত ফ্লিপকাৰ্টত পূৰ্ব-অৰ্ডাৰৰ বাবে উপলব্ধ হৈছে। সকলো যতনৰ খুচুৰা মূল্য তলত দিয়া ধৰণৰঃ
যতন
মূল্য(ভাৰতীয় টকাত)
চাৰ্ফেচ গো বিন্যাস
ইণ্টেল 4415 ৱাই, 64 জিবি ই এম এম চি, 4 জিবি ৰেম / ৱাই ফাই
38,599
ইণ্টেল 4415 ৱাই, 128 জিবি এচএচডি, 8 জিবি ৰেমৱাই ফাই
50,999
আনুষংগিক বস্তু
চাৰ্ফেচ গো চিগনেচাৰ টাইপ ক’ভাৰ- ক’লা
8,699
চাৰ্ফেচ গো চিগনেচাৰ টাইপ ক’ভাৰ- ৰঙীন
11,799

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি