Weather Data Source: wetter Bangalore 14 tage

July 2, 2025 8:23 am

Home » আঞ্চলিক » সাংবাদিক প্ৰয়াত কমল চন্দ্ৰ বায়নৰ স্মৃতিচাৰণ সভা : “কমলৰ পাহে পাহে ” শীৰ্ষক গ্ৰন্থ উন্মোচন

সাংবাদিক প্ৰয়াত কমল চন্দ্ৰ বায়নৰ স্মৃতিচাৰণ সভা : “কমলৰ পাহে পাহে ” শীৰ্ষক গ্ৰন্থ উন্মোচন


আনিছুজ জামান , হাউলী, ৮ নৱেম্বৰ, ২০১৮ :
হাউলীৰ প্ৰবীন সাংবাদিক, সাহিত্যিক, হাউলীৰ প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠাপক সভাপতি, হাউলী সাহিত্য সভাৰ সভাপতি তথা হাউলী নৰ্মাল স্কুলৰ অৱসৰপ্রাপ্ত শিক্ষক কমল চন্দ্ৰ বায়নৰ এক স্মৃতিচাৰণ সভা আজি তেওঁৰ বাসভৱনত বাস ভৱনত অনুষ্ঠিত হয় । যোৱা ২৭ অক্টোবৰত ইহসংহাৰৰ পৰা চিৰ বিদায় লোৱা প্ৰয়াত বায়নৰ আত্মাৰ সদগতি হকে আজি হাউলীৰ ২ নং ৱাৰ্ডত অৱস্থিত নিজ বাস ভৱনত এখন স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়।
মনোহৰী বায়নে আঁত ধৰা সভাখনত প্ৰায়ত কমল চন্দ্ৰ বায়নৰ জীৱন বীক্ষা আৰু স্মৃতিকথাৰ সংকলনত “কমলৰ পাহে পাহে ” শীৰ্ষক শ্ৰদ্ধাঞ্জলীমূলক এক গ্ৰন্থ উন্মোচন কৰা হয়। উক্ত গ্ৰন্থখন উন্মোচন কৰে বৰপেটা জিলাৰ উপায়ুক্ত থানেশ্বৰ মালাকাৰে।
ইয়াৰোপৰি উক্ত অনুষ্ঠানত বিশিষ্ট সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰ, হাউলী নগৰ সমিতিৰ প্ৰাক্তন সভাপতি পৰমানন্দ দাস, হাউলী সাহিত্য সভাৰ সভাপতি নৃপেন্দ্ৰ নাথ বৰপুজাৰী, হাউলী ৰাস মহোৎসৱৰ সভাপতি ড° ভূপেন দাস, বৰপেটা সদৰ সমষ্টিৰ বিধায়ক গুনীন্দ্ৰ নাথ দাস আদিৰ লগতে ভালে সংখ্যক বিশিষ্ট ব্যক্তি উপস্হিত থাকি কমল চন্দ্ৰ বায়নৰ জীৱন দৰ্শনৰ ওপৰত অলোকপাত কৰি বক্তব্য আগবঢায়।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি