Weather Data Source: wetter Bangalore 14 tage

June 19, 2025 9:47 pm

Home » অন্যান্য » অর্থনীতি » ব্যৱসায়-বাণিজ্য » কোকৰাঝাৰত ট্ৰাইফেডৰ উদ্যোগত ৯দিনীয়া মিনি আদি মহোৎসৱ

কোকৰাঝাৰত ট্ৰাইফেডৰ উদ্যোগত ৯দিনীয়া মিনি আদি মহোৎসৱ

কোকৰাঝাৰ : বিটিএডিৰ সদৰ কোকৰাঝাৰ চহৰৰ মাজমজিয়াৰ জে ডি ৰোডস্থিত সৌৰখি ক্ৰাফট এণ্ড কাফেত কেন্দ্ৰীয় চৰকাৰৰ জনজাতি পৰিক্ৰমা বিভাগৰ সৌজন্যত আৰু ট্ৰাইফেট (TRIFED)ৰ উদ্যোগত পোন প্ৰথম বাৰৰ বাবে শনিবাৰৰ পৰা ন’দিনীয়া কাৰ্যসুচীৰে আৰম্ভ হৈছে “মিনি আদি মহোৎসৱ”৷এই উপলক্ষে আজি সন্ধিয়া এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ মাধ্যমেৰে জনজাতিসকলৰ সাজ-সজ্জাৰ ওপৰত এই মহোৎসৱৰ শুভাৰম্ভ কৰে বড়ো চিনেমা জগতৰ প্ৰথিতযশা অভিনেত্ৰী ফুজি বসুমতাৰীয়ে৷
অনুষ্ঠানত ট্ৰাইফেডৰ উত্তৰপূৰ্বোত্তৰ উপাধক্ষ্য প্ৰতিভা ব্ৰহ্মই উপস্থিত থাকি জনজাতিসকলৰ চহকী পৰম্পৰা সাজ-সজ্জাক জীয়াই ৰখাৰ স্বাৰ্থত আৰু শিপিন সকলক উৎসাহিত কৰি এখন বজাৰ গঢ় দিয়াৰ মহান লক্ষ্যৰে ট্ৰাইফেডে পোন প্ৰথমবাৰ বিটিএডিৰ সদৰ কোকৰাঝাৰত এনে উদ্যোগ লৈ জনজাতি সকলৰ সামাজিক আৰু অৰ্থনৈতিক দিশত বিকাশ ঘটোৱাই মুল ট্ৰাইফেডৰ লক্ষ্য বুলি জনাই৷
তেওঁ ট্ৰাইফেডে পৰবৰ্তী গুৱাহাটী মহানগৰকে ধৰি উত্তৰ পূৰ্বোত্তৰৰ বিভিন্ন শ্হানত জনজাতি সকলৰ অতি চহকী পৰম্পৰা সাঁজপাৰ বিশ্বৰ সতে চিনাকি কৰি দিৱলৈ আৰু জনজাতিসকলৰ হস্ততাঁত বস্ত্ৰশিল্পৰ ওপৰত সুপ্ত হৈ থকা দক্ষতা আৰু প্ৰতিভাক এটাক বজাৰ গঢ়াৰ মঞ্চ দিৱলৈ ট্ৰাইফেডে গুৰুত্ব দিৱ বুলি সদৰী কৰে৷
আজিৰ মহোৎসৱৰ মুকলি শুভাৰম্ভত ট্ৰাইফেডৰ উত্তৰপূৰ্বোত্তৰ ক্ষেত্ৰীয় প্ৰবন্ধক এম আৰ সিং আৰু বড়োলেণ্ড বিশ্ববিদ্যালয় পৰীক্ষা নিয়ন্ত্ৰক বিৰফুং নাৰ্জাৰী উপস্থিত থাকে৷ উল্লেখ্য যে, উত্তৰ পূৰ্বাঞ্চলকে ধৰি স্থানীয় ১৭টাকৈ বিপনীয়ে অংশ লয়৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি