Weather Data Source: wetter Bangalore 14 tage

June 19, 2025 10:13 pm

Home » আঞ্চলিক » ১২ ছেপ্তেম্বৰৰ বিটিচি বন্ধ প্ৰত্যাহাৰ

১২ ছেপ্তেম্বৰৰ বিটিচি বন্ধ প্ৰত্যাহাৰ

কোকৰাঝাৰ : ৰাজ্যসভাৰ সাংসদ বিশ্বজিত দৈমাৰীয়ে বাঙালী সম্প্ৰদায়ক উদ্দেশ্য কৰি কৰা কটু মন্তব্যৰ প্ৰতিবাদত আৰু ডিমাকুছি ভি চি ডি চিৰ অধ্যক্ষৰ পদৰ পৰা সদ্য অপসাৰিত বিশ্বদীপ সেনক পুনৰ একে পদবীত নিযুক্তি দিয়াৰ দাবীত সদৌ বিটিচি অনুসূচিত জাতি ছাত্ৰ সন্থা, সদৌ অসম বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যন আৰু বাঙালী জনমুক্তি বাহিনীয়ে ১২ ছেপ্তেম্বৰত আহ্বান জনোৱা ১২ ঘণ্টীয়া বিটিচি বন্ধ সাময়িকভাৱে প্ৰত্যাহাৰ কৰিছে৷ 
আজি বিটিচিএ কৰ্তৃপক্ষৰ হৈ কাৰ্যবাহী সদস্য জগদীশ সৰকাৰ, উপাধ্যক্ষ নেৰশ্বণ বড়ো আৰু বিধায়ক মহেশ্বৰ বড়োৰ সৈতে সংগঠন ত‌িনিটাৰ আলোচনাৰ অন্তত অহা ১৫ ছেপ্তেম্বৰলৈ বন্ধ স্থগিত ৰখা বুলি সংগঠন ত‌িনিটাৰ হৈ সদৌ বিটিচি অনুসূচিত ছাত্ৰ সন্থাৰ সভাপত‌ি প্ৰদীপ সৰকাৰ, বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন, ডিমাকুছি আঞ্চলিক সমিতিৰ সভাপতি সমুজ্জ্বল নাগ আৰু বাঙালী জনমুক্তি বাহিনীৰ স্পীকাৰ অমৰজিত পালে প্ৰেছ বিজ্ঞপ্তি যোগে জানিবলৈ দিছে ৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি