Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 12:57 pm

Home » আঞ্চলিক » তিতাবৰত পথ দুৰ্ঘটনাত নিহত ১: উত্তপ্ত পৰিস্থিতি

তিতাবৰত পথ দুৰ্ঘটনাত নিহত ১: উত্তপ্ত পৰিস্থিতি


তিতাবৰ : এক পথ দুর্ঘটনাক কেন্দ্ৰ কৰি শুকুৰবাৰে নিশা ১১ বজাত তিতাবৰ আৰক্ষী থানা ঘেৰাও কৰে শতাধিক ৰাইজে। নিশা তিতাবৰ গড়আলি বোকাহোলা মছজিদৰ সমীপত যোৰহাটৰ পৰা তিতাবৰ অভিমুখে আহি থকা AS-03-T-2284 নম্বৰ এখন বগা ৰঙৰ স্ক’ৰপিঅ’ গাড়ীয়ে কিৰণ উৰিয়া নামৰ এজন যুৱকক তীব্ৰ বেগত খুন্দা মৰাত থিতাতে নিহত হয় যুৱকজন।
অত্যাধিক মদ্যপান কৰি কথা গাড়ী চালকজন কচুখাতৰ অজয় গগৈ বুলি জানিব পৰা গৈছে। দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰিবলৈ লোৱা গাড়ীখন ৰাইজে খেদি আহি তিতাবৰ ৰেল গেটৰ সমীপত আটক কৰি তিতাবৰ আৰক্ষীয়ে গতাই দিয়ে। সুৰামত্ত চালকৰ এই কাণ্ড দেখি নিশা ৰাজপথত ওলাই আহে শতাধিক ৰাইজ। ঘেৰাও কৰে তিতাবৰ আৰক্ষী থানা, অৱশেষত ঘটনাস্থলীত তিতাবৰ মহকুমা আৰক্ষী বিষয়া গৰাকী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি