|

সমুজ্জ্বল ভট্টাচাৰ্য বিদেশি৷ আছুক পুনৰ আক্ৰমণ বিতৰ্কিত বিধায়ক শিলাদিত্যৰ

শিশু-মহিলাসহ ৫২গৰাকী বাংলাদেশীক প্ৰত্যৰ্পণ

 মানকাচৰঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰৰ সাহাপাৰা সীমান্ত পথেদি অসমৰ ভিতৰত অবৈধভাৱে প্ৰৱেশ কৰি, আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনীৰ হাতত ধৰা পৰি, গোৱালপাৰা আৰু তেজপুৰ কাৰাগাৰত ২০১২চনৰ পৰা বন্দী হৈ থকা ৫২গৰাকী বাংলাদেশী লোকক দেওবাৰে বাংলাদেশলৈ প্ৰত্যৰ্পণ কৰোৱা হয়। অসমৰ ডি আই জি ৰৌণক আলী হাজৰিকা, গৃহবিভাগৰ যুটীয়া সচিব ৰাকেশ আগৰৱালা, দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ উপায়ুক্ত আতিকা চুলতানা, জিলাখনৰ আৰক্ষী অধীক্ষক অমৃত ভূইয়া, অসমস্থিত বাংলাদেশৰ উপ-উচ্চায়ুক্ত কাৰ্যালয়ৰ ব‌িষয়াকে ধৰি ভালেমান উচ্চ পৰ্যায়ৰ বিষয়া-কৰ্মচাৰীৰ উপস্থিতিত ১০জনীয়া দলত ভাগ কৰি দিনজোৰা কাৰ্যসূচীৰে বাংলাদেশী লোক ৫২গৰাকীক বাংলাদেশলৈ প্ৰেৰণ কৰে। যদিও ৩০ জুলাইত এই ৫২গৰাকীক বাংলাদেশলৈ প্ৰেৰণ কৰাৰ কথা আছিল, উক্ত দিনা অসমৰ এন আৰ চিৰ দ্বিতীয়খন খচৰা প্ৰকাশ হ’ব কাৰণে  আগতীয়াকৈ বাংলাদেশী লোক কেইজনক বাংলাদেশলৈ

| |

এটি হালধীয়া সপোন

# আছফিয়া আহমেদ এটি হালধীয়া সপোনে কিছু উশাহৰ তাগিদাত উকমুকাই সাৰ পাই উঠিল আশাৰ ৰ’দজাকৰ সৈতে বিষাদৰ বৰষুণজাকৰ সন্ধিত কলীয়া ডাৱৰেও যুদ্ধবিৰতি ঘোষণা কৰিলে ব্যস্ততাৰ ফাঁকেৰে সৰকি অহা নিৰ্ভেজাল অৱসৰখিনিত অভিমান আৰু মৰমৰ খকাখুন্দা নিয়মানুৱৰ্তিতাৰ ডায়েৰীত অন্তৰ্ভুক্ত হ’ল সূৰ্যৰ জোতিষ্মানত ঢাকখোৱা কৃষ্ণ গহ্বৰ জোনাকৰ প্ৰলেপত বিদ্যমান….. তলসৰা শেৱালিৰ বাটটোত আকৌ যেন সিঁচৰিত কিছু কোমল অনুভৱ জীৱন নদীৰ শীৰ্ণ সাঁকোডালেই বৈতৰণী পাৰ হোৱাৰ একমাত্র বাট অথচ… বিশ্বাস আৰু ভৰষাৰ বন্ধুত্বত সেই পথ আজি প্ৰসস্ত….