Weather Data Source: wetter Bangalore 14 tage

June 23, 2025 11:16 am

Home » দেশ-বিদেশ » কৃষকৰ সকলাে ঋণ ৰেহাই কৰ্ণাটকত

কৃষকৰ সকলাে ঋণ ৰেহাই কৰ্ণাটকত


বাংগালুৰু : কর্ণাটকৰ মুখ্যমন্ত্রী এইচ ডি কুমাৰস্বামীয়ে কংগ্ৰেছ-জনতা দল (এছ) সংযুক্ত চৰকাৰখনৰ প্ৰথমখন বাজেট বিধানসভাত দাখিল কৰে। ২০১৭ চুনৰ ৩১ ডিচেম্বৰলৈ সকলাে ধৰণৰ অনাদায় কৃষি ঋণ ৰেহাই দিয়াৰ সিদ্ধান্তৰ কথা বাজেটখনত ঘােষণা কৰা হৈছে।
স্মর্তব্য যে কৃষি ঋণৰ বিষয়টোক কেন্দ্ৰ কৰিয়েই কুমাৰস্বামী চৰকাৰৰ ভৱিষ্যতলৈ আহি পৰিছিল অনিশ্চয়তা। কিন্তু সকলাে পক্ষকে সন্তুষ্ট ৰাখি দুই লাখ টকা পর্যন্ত কৃষি ঋণ ৰেহাইৰ সিদ্ধান্ত গ্রহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ইয়াৰ জৰিয়তে ৰাজ্যখনৰ কৃষকসকলে ৩৪ হাজাৰ কোটি টকাৰে উপকৃত হ’ব।
ইফালে কৃষকসকলক নতুন ঋণ লােৱাৰ বাবে বিশেষ ব্যৱস্থাও মুকলি কৰাৰ কথা ঘােষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। ২০১৮-১৯ বৰ্ষটোত ৰাজ্যখনৰ কৃষকসকলক বিশেষভাৱে উপকৃত কৰিবলৈ এই বাজেট দাখিল কৰা বুলি ঘােষণা কৰিছে কুমাৰস্বামীয়ে। তাৎক্ষণিকভাৱে এই বাজেটক লৈ কোনােধৰণৰ প্রতিক্রিয়া সৃষ্টি হােৱা নাই ৰাজ্যখনত।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি