Weather Data Source: wetter Bangalore 14 tage

July 18, 2025 3:40 am

Home » অন্যান্য » নিয়োগ সংবাদ » বিজ্ঞাপন : ৯০% চৰকাৰী অনুদানেৰে অসম সংঘ্যালঘু উন্নয়ন বৰ্ডৰ শিক্ষা গ্রহণৰ ব্যৱস্থা

বিজ্ঞাপন : ৯০% চৰকাৰী অনুদানেৰে অসম সংঘ্যালঘু উন্নয়ন বৰ্ডৰ শিক্ষা গ্রহণৰ ব্যৱস্থা

অসম সংঘ্যালঘু উন্নয়ন বৰ্ডৰ তৰফৰ পৰা নিম্ন উল্লেখিত বিষয়সমূহৰ পাঠ্যক্ৰমত ব’র্ডৰ অৰ্থ-সাহায্যৰে (প্রতিটো পাঠ্যক্ৰমৰ মুঠ খৰচৰ ৯০% চৰকাৰী অনুদান আৰু ১০% হিতাধিকাৰীয়ে বহন কৰিব লাগিব) অধিসূচীত ধর্মীয় সংখ্যালঘু ছাত্র-ছাত্রীৰ বাবে শিক্ষা গ্রহণৰ ব্যৱস্থা কৰা হৈছে।
ইচ্ছুক ছাত্র-ছাত্রীয়ে অহা ৯/৭/২০১৮ তাৰিখৰ ভিতৰত অসম সংখ্যালঘু উন্নয়ন ব’র্ডৰ কাৰ্যালয়ত শিক্ষাৰ প্ৰমাণপত্ৰ আৰু নম্বৰ তালিকাৰ লগতে যাৱতীয় নথি-পত্ৰসমূহৰ ৰাজপত্ৰিত বিষয়াৰ দ্বাৰা প্রত্যায়িত প্রতিলিপি জমা দি নিম্নেলিখিত আৰ্হিৰ আবেদন পত্ৰৰ যােগেদি আবেদন কৰিব পাৰিব।
ক্রমিক নং
নাম পাঠ্যক্ৰমৰ
শিক্ষাগত অৰ্হতা
বয়স
.এন.এম
উচ্চতৰ মাধ্যমিক (১০+)
যিকোনো শাখাত নিম্নতম ৪০%
১৭৩০ বছৰ
জি,এন,এম
উচ্চতৰ মাধ্যমিকৰ(১০+)                   
যিকোনো শাখাত নিম্নতম ৪০%
(বিজ্ঞান শাখাক অগ্রাধিকাৰ দিয়া )
১৭৩০ বছৰ
বি.এছ চি
(
নার্চিং)
উচ্চতৰ মাধ্যমিক (১০+) বিজ্ঞান শাখাত
(পি.চি.বিৰ সৈতে) নিম্নতম ৫০%
১৭২৪ বছৰ
ডি.ফার্ম আৰু
বি.ফার্ম
উচ্চতৰ মাধ্যমিকৰ (১০+) বিজ্ঞান শাখাত
(পি.চি.বি./ পি.চি.এমৰ সৈতে) নিম্নতম ৪৫%
ডি.ফার্মৰ বাবে। নিম্নতম ৫০% বি.ফার্মৰ বাবে
১৭২৪ বছৰ
ডি.এম.এল.টি
আৰু বি.এম.এল.টি
উচ্চতৰ মাধ্যমিক (১০+) বিজ্ঞান শাখাত
(পি.চি.বি. সৈতে) নিম্নত ৪৫%
১৭২৪ বছৰ
ডি.পি.টি
আৰু বি.পি.টি
উচ্চতৰ মাধ্যমিকৰ (১০+) বিজ্ঞান শাখাত
(পি.চি.বিৰ সৈতে) নিম্নতম ৪৫%
১৭২৪ বছৰ
আই.চি.ইউ/ .টি
ডাইলাইচিচ টেকনিচিয়ান
উচ্চতৰ মাধ্যমিকৰ (১০+) বিজ্ঞান শখাত
(পি.চি.বি. সৈতে) নিম্নতম ৪৫%
১৭২৪ বছৰ
যিসকলে ইতিমধ্যে অসম সংখ্যালঘু উন্নয়ন ব’র্ডৰ তৰফৰ দ্বাৰা বিভিন্ন পাঠ্যক্ৰমৰ সুবিধা লাভ কৰিছে বা অধ্যয়ন কৰি আছে তেওঁলােকে আবেদন কৰিব নােৱাৰিব।
সবিশেষ জানিবৰ বাবে তলৰ ফোন নম্বৰত যোগাযােগ কৰিব পাৰিব৷
(পুৱা ১১ বজাৰ পৰা আবেলি ২বজালৈ।
ফোন নং- ৯৮৫৯৩৯০৬৩৫
N.B.: The above Training programmes are going to be held subject to sanction & release of F.০.c. by the Govt. of Assam,
স্বাক্ষন-
সঞ্চালক, অসম সংখ্যালঘু উন্নয়ন বর্ড,
ৰাধা গােবিন্দ বৰুৱা পথ, গণেশগুৰি, গুৱাহাটী-৬

আবেদনৰ আৰ্হি (ডাউনলোড কৰক)

(ডাউনলোড কৰক)

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি