Weather Data Source: wetter Bangalore 14 tage

June 25, 2025 2:43 pm

Home » আঞ্চলিক » গৌৰীপুৰৰ, বালাজান, দাওভাঙীত পৃথকে -পৃথকে এনআৰচি-ক লৈ সজাগতা সভা

গৌৰীপুৰৰ, বালাজান, দাওভাঙীত পৃথকে -পৃথকে এনআৰচি-ক লৈ সজাগতা সভা

গৌৰীপুৰৰ পৰা সুৰজ কুমাৰ মহতৌৰ সংবাদ :
ধুবুৰী জিলাৰ গৌৰীপুৰ সমষ্টিৰ বালাজান, দাওভাঙীত পৃথকে-পৃথকে এন, আৰ,চিৰ সম্পূৰ্ণ খচৰা সম্পৰ্কত ৰাইজক সজাগ কৰি তোলাৰ উদ্দেশ্যে জিলা প্ৰশাসনে বালাজান আৰক্ষী চকীৰ আৰক্ষী আৰু দাওভাঙী আৰক্ষী পহৰা চকীৰ আৰক্ষীৰ উদ্যোগত সজাগতা সভা শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰে৷ মঙলবাৰে দিনৰ তিনি বজাত বালাজান বজাৰ প্ৰাঙ্গনত প্ৰায় পাচঁ শতাধিক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত সভাখনত সভাপতিত্বত কৰে আমজাদ হুছেইনে৷
একেদৰে আবেলি পাচঁ বজাত দাওভাঙী আৰক্ষী পহৰা চকীৰ চৌহদত স্থানীয় মূৰব্বী আমজাদ আলীৰ সভাপতিত্বত আনএক সজগতা সভা অনুষ্ঠিত হয়৷ সভাত গোলকগঞ্জ ৰাজহ চক্ৰ বিষয়া চয়ানিকা ঠাকুৰীয়া, ধুবুৰী হেড কোৱাৰ্টাৰ উপ-আৰক্ষী অধীক্ষক ভাস্কৰ ওজা, উপ- অধীক্ষক এিনয়ন ভুঞা, গৌৰীপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সুভাষ চন্দ্ৰ দাস, বালাজান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হুৰমুজ আলী , দাওভাঙী আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বীৰেন কলিতা সহ বিভিন্ন বক্তাই এন,আৰ,চি সম্পৰ্কে ৰাইজৰ লগত মত বিনিময় কৰে লগতে ৰাইজক শংকিত নহ’বলৈ আহ্বান জনোৱাৰ লগতে এন,আৰ,চিক লৈ ৰাইজে ভয় খাব নালাগে বুলি ভাষণ প্ৰসঙ্গত বক্তৱ্য দাঙি ধৰে আৰু ৰাইজৰ মাজত লিফলেট বিতৰন কৰে৷ এই সজগতা সভাৰ দ্বাৰাই ৰাইজৰ মাজত যথেষ্ট সচতনতা পায় বুলি জনা যায়৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি